• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2023 4:00 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ সমাজত এতিয়াও মুকলিকৈ যৌনতা সম্পৰ্কে আলোচনা কৰিব নোৱাৰি। বেছিভাগ অভিভাৱকেই সন্তানৰ সন্মুখত এই বিষয়ে কথা পাতিবলৈ লজ্জা অনুভৱ কৰে। সেয়ে কিশোৰ–কিশোৰীসকলৰ যৌনতা বিষয়টোৰ প্ৰতি আগ্ৰহ বেছি। গতিকে কৌতুহল পূৰণৰ বাবে কিশোৰ–কিশোৰীসকলে প্ৰায়ে গুগুলত চাৰ্চ কৰে যৌনতা সম্পৰ্কীয় প্ৰশ্ন। কেৱল কিশোৰ–কিশোৰীয়েই নহয়, প্ৰাপ্তবয়স্ক সকলেও গুগুলত ঘনাই চাৰ্চ কৰে এইকেইটা প্ৰশ্ন –

১) মহিলা বা ছোৱালীৰ যৌনতাৰ ইচ্ছা সম্পৰ্কে পুৰুষ সকল খুব আগ্ৰহী। সেয়ে প্ৰায়ে গুগুলত সন্ধান কৰে মহিলাৰ যৌন ইচ্ছাৰ বিষয়ে। আনকি মহিলাক কেনেকৈ উত্তেজিত কৰিব পৰা যায় সেয়াও সঘনাই সোধা হয় গুগুলক।

Apply Now

২) মহিলা এগৰাকী যৌন সম্পৰ্কত সুখী হয় নে নহয় সেয়া কেনেকৈ বুজিব পাৰি সেই বিষয়েও বহুতে জানিব বিচাৰে। মহিলাক কেনেকৈ চৰম সুখ দিব পাৰি সেই বিষয়েও বহুতে গুগুলৰ পৰা জানিবলৈ বিচাৰে।

৩) বহুতে যৌন সম্পৰ্কৰ সপোন দেখে। মানুহে এই প্ৰশ্নটোৰ উত্তৰ গুগলত জানিব বিচাৰে যে সঘনাই এনে সপোন দেখাটো ভাল নে বেয়া? ই কোনো ৰোগৰ ইংগিত নেকি?

৪) যৌন ৰোগৰ বিষয়ে বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ কৌতুহল থাকে। কৌতুহলৰ লগতে যৌন সংক্ৰামক ৰোগৰ প্ৰতিও পুৰুষ আৰু নাৰী উভয়ৰে ভয় থাকে। বহু লোকে নিয়মিতভাৱে গুগলত যৌন সংক্ৰামক ৰোগৰ সবিশেষ জানিবলৈ সন্ধান কৰে।

৫) যৌন সংক্ৰমণৰ ক্ষেত্ৰত ইয়াক কেনেকৈ আৰোগ্য কৰিব পাৰি? এইটোও গুগুলত ঘনাই চাৰ্চ কৰা এটা প্ৰশ্ন।

৬) চৰম যৌন সুখ উপভোগ কৰাৰ বাবে লিংগৰ আকাৰ কেনেকুৱা হ’ব লাগে সেই বিষয়েও যুৱক–যুৱতীসকলৰ মনত অপৰিসীম কৌতুহল দেখা যায়। বৃহৎ সংখ্যক ব্যক্তিয়ে এই কৌতুলহলো সন্ধান কৰে গুগুলত।

৭) যৌন সংগমৰ সময় বৃদ্ধি তথা দ্ৰুত বীৰ্যপাতৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিও পুৰুষ সকলে সঘনাই সন্ধান কৰে গুগুলত।

৮) গৰ্ভনিৰোধক অবিহনে যৌন সম্পৰ্কৰ পিছত গৰ্ভধাৰণৰ পৰা কেনেকৈ বাচিব পাৰি সেইটোৱেই গুগলত যৌনতা সম্পৰ্কে সৰ্বাধিক সন্ধান কৰা বিষয়।

৯) কিমানবাৰ সংগম কৰিলে যৌন জীৱন সুখৰ হ’ব – সঘনাই এই প্ৰশ্নৰো সন্মুখীন হয় গুগুল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd