• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবোৰেই জীৱনৰ শত্ৰু আপোনাৰ! বুজি লওক কাষত থকা সকলক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2025 6:50 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্য ভাৰতীয় সমাজত চিৰ অনুকৰণীয় হৈ আহিছে। ব্যক্তিৰ জীৱনৰ সৈতে জড়িত সকলোবোৰ বিষয়ৰ ওপৰতে আচাৰ্য চাণক্যই এৰি গৈছে পাণ্ডিত্যপূৰ্ণ চাপ। চাণক্যৰ এই দূৰদৰ্শী চিন্তাক সেয়ে ভাৰতৰ সমাজ জীৱনত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়।

এগৰাকী ব্যক্তিৰ জীৱনত স্বাভাৱিকতেই অনেক শত্ৰু থাকিব পাৰে। এয়া স্বাভাৱিক। আমি এনে বাহ্যিক শত্ৰুসমূহক সহজেই চিনাক্ত কৰিব পাৰোঁ। কিন্তু আচাৰ্য চাণক্যই ব্যক্তিৰ জীৱনৰ এনে কিছু শত্ৰুৰ কথা সোঁৱৰাই গৈছে, যিসমূহ হয়তো আমি উলাই কৰি চলো।

Apply Now

জীৱনৰ এই শত্ৰু সমূহ চিনাক্ত কৰি যিকোনো ব্যক্তিয়েই এক সুখী, স্বাচ্ছন্দ্যময় আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰে বুলি চাণক্যই কৈ গৈছে। চাওঁ আহক চাণক্যৰ এই গুৰুত্বপূৰ্ণ শিক্ষণ—

বয়োজ্যেষ্ঠ আৰু নেতৃস্থানীয় ব্যক্তিৰ প্ৰতি সৌজন্যশীল হওক। লাহে লাহে আৰু মৃদুভাৱে কথা কওক। জীৱনশৈলী এনেকুৱা হ’ব লাগে যাতে যিকোনো কাম আৰু ব্যৱসায়ত সফলতা আহে।

অস্থিৰ মনটোক শান্ত কৰক। মন শান্ত হ’লেহে এজন প্ৰকৃত বন্ধুক চিনিব পাৰি।

যিসকলে আনৰ সুখৰ বাবে দুখ কৰে, তেওঁলোকে কেতিয়াও সুখী হ’ব নোৱাৰে। এই কথাবোৰ চাণক্য নীতিৰ ত্ৰয়োদশ অধ্যায়ৰ ১৫ নং পদত উল্লেখ কৰা হৈছে। লগতে তেওঁ কয় যে সন্তুষ্টি অবিহনে কোনো কামতে সফল হ’ব নোৱাৰি।

চাণক্যৰ মতে ক্ৰোধ আমাৰ সৰ্ব্ববৃহৎ শত্ৰু। কাৰণ খঙৰ অৱস্থাত কোনো সিদ্ধান্ত সঠিকভাৱে ল’ব নোৱাৰি। খঙৰ অৱস্থাত কি ভুল আৰু কি উচিত সেইটো স্পষ্টভাৱে সিদ্ধান্ত ল’ব নোৱাৰি।

কেতিয়াও অন্ধভাৱে বিশ্বাস কৰি নিজৰ আটাইতকৈ ডাঙৰ গোপন কথা কাৰো আগত প্ৰকাশ কৰা উচিত নহয়। সেই গোপনীয়তাৰ বাবেই এটা সময়ত সেই ব্যক্তিজন আপোনাৰ ধ্বংসৰ কাৰণ হ’ব পাৰে। চাণক্যই কৈছে যে আমাৰ আটাইতকৈ ওচৰৰ মানুহজনেই আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ উঠিব পাৰে।

আমি পোৱা জীৱনটো বহুত চুটি। আমি আমাৰ ভুলৰ পৰা শিকি লওঁ। গতিকে এজন ব্যক্তিয়ে নিজৰ ভুলৰ প্ৰতি সচেতন হোৱা উচিত। তেনে ক্ষেত্ৰত প্ৰতিটো ভুলৰ পৰাই শিক্ষা পোৱা যায়। বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাৰ কোনো বিকল্প থাকিব নোৱাৰে।

প্ৰয়োজনতকৈ বেছি আত্মবিশ্বাসী হ’লে গোটেই পৃথিৱীয়ে আপোনাক মূৰ্খ কৰি তুলিব। অৰণ্যৰ আটাইতকৈ পোন গছজোপা প্ৰথমে কাটি দিয়া হয়।

কেতিয়াও লোভৰ দ্বাৰা পৰিচালিত হ’ব নালাগে। লোভৰ দ্বাৰা পৰিচালিত হোৱাৰ ফলত বাৰে বাৰে ভুল কাম কৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

জীৱনৰ কোনো এটা সময়ত কেইবাটাও চিৰি বগাই একেবাৰে ওপৰলৈ উঠিবলগীয়া হয়। কিন্তু সেই কামটো কৰাৰ আগতে আপোনাৰ লক্ষ্যৰ বিষয়ে স্পষ্ট ধাৰণা থাকিব লাগিব আৰু নিজৰ উদ্দেশ্যৰ বিষয়ে নিশ্চিত হ’ব লাগিব। তেতিয়াহে আপুনি সফলতা লাভ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd