• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Happy New Year: ১ জানুৱাৰীত কোনো উদযাপন নহয়, কিয় নৱবৰ্ষ পালন নকৰে এই ৭ খন দেশে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2026 7:40 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে সমগ্ৰ বিশ্বই ৩১ ডিচেম্বৰৰ মাজনিশা ঠিক ১২ বজাত নৱবৰ্ষ উদযাপন কৰে। টাইমজোন বেলেগ বেলেগ হ’লেও নৱবৰ্ষ উদযাপনৰ কোনো ত্ৰুটি নাই। ইখনৰ পিছত সিখন দেশ আনন্দ-উল্লাসত মতলীয়া হয়। অৱশ্যে এই তালিকাত নাই ৭খন দেশ। কোন এই বিশেষ ৭ খন দেশ যাৰ নাগৰিকে ১ জানুৱাৰীত নৱবৰ্ষ উদযাপন নকৰে?

২০২৬ চনত ভৰি দিয়াৰ পিছতো কোনো উদযাপন হোৱা নাই। ঠিক যেতিয়া অষ্ট্ৰেলিয়াৰ পৰা আমষ্টাৰডামলৈকে মানুহ নৱবৰ্ষৰ আনন্দত মতলীয়া, তেতিয়া কিছুমান দেশত উৎসৱৰ ৰং ম্লান। কিন্তু তাত নৱবৰ্ষ কিয় পালন কৰা নহয়?

Apply Now

কোনবোৰ দেশে নৱবৰ্ষ উদযাপন নকৰে?

চীনঃ এই ​​তালিকাত প্ৰথম স্থানত আছে চীন। চন্দ্ৰ আৰু সৌৰ কেলেণ্ডাৰৰ ২০ জানুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ তিনিটা সময়ত নৱবৰ্ষ উদযাপন কৰা হয়। ফলত ১ জানুৱাৰীৰ পৰা নতুন বছৰ আৰম্ভ হ’লেও জিনপিঙৰ দেশত কোনো ধৰণৰ উদযাপন কৰা নহয়।

থাইলেণ্ডঃ বছৰৰ প্ৰথম দিনটোত থাইলেণ্ডত কোনো ধৰণৰ উদযাপন নহয়। এই দেশত ১৩ বা ১৪ এপ্ৰিলত নৱবৰ্ষ উদযাপন কৰা হয়। এই দেশৰ বাসিন্দাসকলে ইজনে সিজনক ১ জানুৱাৰীত নতুন বছৰৰ শুভেচ্ছাও নিদিয়ে। বৰঞ্চ এপ্ৰিল মাহৰ মাজভাগত থাইলেণ্ডৰ নাগৰিকে থাই ভাষাত ‘সংক্ৰন’ উদযাপন কৰে।

কম্বোডিয়াঃ নতুন বছৰ উদযাপন নকৰা দেশৰ তালিকাত কম্বোডিয়াও আছে। ইয়াত ১ জানুৱাৰীত কোনো উৎসৱ পালন কৰা নহয়। থাইলেণ্ডৰ ৰীতি-নীতি অনুসৰণ কৰি কম্বোডিয়াত ১৩ বা ১৪ এপ্ৰিলত নৱবৰ্ষৰ উৎসৱ পালন কৰা হয়। সেয়ে, ১ জানুৱাৰীত কোনো ধৰণৰ উদযাপন নহয়।

শ্ৰীলংকাঃ শ্ৰীলংকাতো নৱবৰ্ষ উদযাপন কৰা নহয়। ১ জানুৱাৰীৰ পৰিৱৰ্তে ইয়াত এপ্ৰিল মাহত ৪ মাহৰ পিছত উদযাপন কৰা হয়। এই দেশৰ নাগৰিকে ১ জানুৱাৰী নহয়, এপ্ৰিল মাহৰ মাজভাগৰ এটা দিন নতুন বছৰৰ প্ৰথম দিন হিচাপে বাছি লয়। সেইদিনা ‘আলুথ অৱৰুদ্ধা’ উৎসৱ পালন কৰা হয়।

ইথিওপিয়াঃ নৱবৰ্ষ উদযাপন নকৰা দেশসমূহৰ ভিতৰত ইথিওপিয়া অন্যতম। তাত প্ৰতি বছৰে ১২ ছেপ্টেম্বৰত উদযাপন কৰা হয়। উৎসৱৰ সেইদিনা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ৰাজপথত একত্ৰিত হয়। গীত গাই নতুন বছৰ উদযাপন কৰে। ইজনে সিজনক ফুলেৰেও সম্ভাষণ জনায়। অৱশ্যে ১ জানুৱাৰীত দেশত কোনো উদযাপন নহয়। আন ৫ সাধাৰণ দিনৰ দৰে ব্যস্ত কামেৰে পাৰ হয়।

নেপালঃ নেপালত কেলেণ্ডাৰৰ প্ৰথম দিনটোত কোনো ধৰণৰ উদযাপন নহয়। প্ৰতি বছৰে তাত ১৪ এপ্ৰিলত নৱবৰ্ষ পালন কৰা হয়। সেইদিনা নেপালত চৰকাৰী বন্ধৰ দিন। ফলত ১ জানুৱাৰী নেপালীসকলৰ বাবে গুৰুত্বপূৰ্ণ দিন নহয়।

মংগোলিয়াঃ মংগোলিয়াও এই তালিকাত আছে। ১ জানুৱাৰীৰ পৰিৱৰ্তে তাত ১৬ ফেব্ৰুৱাৰীত নৱবৰ্ষ উদযাপন কৰা হয়। সেইদিনাৰ পৰা পৰৱৰ্তী ২ সপ্তাহলৈকে মংগোলিয়াত উদযাপন চলি থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd