• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেটি লিভাৰক লৈ চিন্তিত নেকি? এইসমূহ খাদ্য দ্ৰব্যই দূৰ কৰিব পাৰে আপোনাৰ চিন্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2024 8:47 pm
fatty liver
27.5k
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক সময়ত অপৰিকল্পিত তথা অনিয়মীয়া জীৱন প্ৰণালীৰ বাবে বহু লোক ফেটি লিভাৰৰ সমস্যাত ভোগা পৰিলক্ষিত হয়। এই সমস্যাই বাৰুকৈয়ে ভাৰাক্ৰান্ত কৰি তোলে আক্ৰান্তগৰাকীক।

প্ৰয়োজনীয় চিকিৎসা নকৰিলে বা এই ষমস্যাক উলাই কৰিলে ই অধিক গুৰুতৰ অৱস্থা যেনে লিভাৰ ফাইব্ৰ’ছিছ, চিৰ’ছিছ, আনকি লিভাৰ বিকল কৰি তুলিব পৰা অৱস্থালৈ আগবাঢ়িব পাৰে।

সঠিক খাদ্য গ্ৰহণ ফেটি লিভাৰ নিয়ন্ত্ৰণৰ এক অপৰিহাৰ্য দিশ। কেৱল খাদ্যই এই অৱস্থা সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰিলেও ইয়াৰ ফলত ফেটি লিভাৰ অধিক হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে।

ফেটি লিভাৰ প্ৰতিৰোধ আৰু নিৰাময় কৰাত সহায়ক হোৱা এনে কিছু খাদ্যৰ বিষয়ে জানো আহকঃ

১/ হালধি

হালধিত থকা সক্ৰিয় যৌগ কাৰকুমিনৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে। ই লিভাৰত প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিব পাৰে।

২/ নহৰু

নহৰুত এলিচিন আৰু চেলেনিয়ামৰ দৰে যৌগ থাকে, যিয়ে যকৃতক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে, অপকাৰী দ্ৰব্য নিৰ্গতকৰণ প্ৰক্ৰিয়াত সহায় কৰে, আৰু যকৃতৰ এনজাইমৰ মাত্ৰা কমায়।

৩/ গ্ৰীণ টি

গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্ট বিশেষকৈ কেটেচিনে যকৃতত চৰ্বি জমা হোৱাত বাধা দিব পাৰে আৰু যকৃতত ঘাঁ লগাৰ পৰা ৰক্ষা কৰিব পাৰে।

৪/ বিট

বিটত থকা বিটেইন নামৰ যৌগবিধে যকৃতৰ কাৰ্যপ্ৰণালীত সহায় কৰে আৰু যকৃতত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিব পাৰে। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে, যি অপকাৰী দ্ৰব্য নিৰ্গতকৰণ আৰু পাচনত সহায় কৰে।

৫/ আদা

আদাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে আৰু ই যকৃতৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই হজম শক্তিক সহায় কৰে আৰু শৰীৰে পুষ্টিকৰ উপাদানসমূহ ভালদৰে শোষণ কৰাত সহায় কৰে, যাৰ ফলত যকৃতৰ সামগ্ৰিক স্বাস্থ্য বৃদ্ধি পায়।

৬/ নেমু

নেমুৱে পিত্ত উৎপাদন উন্নত কৰি যকৃত পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে, যি যকৃতক সুৰক্ষা প্ৰদান কৰে আৰু বিষমুক্ত এনজাইম সংশ্লেষণত সহায় কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd