• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১ অক্টোবৰৰ পৰা পেট্ৰ’ল পাম্প সমূহত গ্ৰাহকৰ বাবে বন্ধ হৈ পৰিব এই বিশেষ সুবিধা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 26, 2019 7:24 pm

1 min read

petrol-pump

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

234.2k
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল পাম্পত ইন্ধন ক্ৰয় কৰাৰ সময়ত প্ৰায়ে গ্ৰাহকসকলে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা দেখা যায়।

ক্ৰেডিট কাৰ্ডত উপলব্ধ হোৱা কেছবেককে ধৰি বিভিন্ন সুবিধাৰ বাবে গ্ৰাহক সকলে পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰাৰ সময়তো ইয়াৰ ব্যৱহাৰ কৰি আহিছে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে ১ অক্টোবৰৰ পৰা গ্ৰাহকসকলে পেট্ৰ’ল অথবা ডিজেল ক্ৰয় কৰাৰ সময়ত কেছবেকৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব লগীয়া হ’ব।

দেশৰ সকলোতকৈ বৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ক্ৰেডিট কাৰ্ড গ্ৰাহকসকললৈ এটা এছ এম এছ প্ৰেৰণ কৰিছে। বেংকৰ ফালৰ পৰা পঠোৱা এছ এম এছটোত ১ অক্টোবৰৰ পৰা পেট্ৰ’ল পাম্পত ইন্ধন ক্ৰয় কৰাৰ সময়ত লাভ কৰা ০.৭৫ শতাংশ ৰেহাই বন্ধ কৰি দিয়া হৈছে বুলি জনোৱা হয়।

পেট্ৰ’লিয়ামজাত কোম্পানী সমূহৰ উপদেশ অনুসৰিয়ে ভাৰতীয় ষ্টেট বেংকে এনে সিদ্ধান্ত লয় যাৰ ফলত গ্ৰাহকসকলে ৩ বছৰ ধৰি লাভ কৰি অহা এই সুবিধা বন্ধ হৈ পৰিব।

উল্লেখযোগ্য যে, ২০১৬ চনত কেন্দ্ৰ চৰকাৰে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণৰ পাছত পেট্ৰ’লিয়ামজাত কোম্পানী সমূহক পেট্ৰ’ল আৰু ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেডিট কাৰ্ড ব্যৱহাৰীসকলক ০.৭৫ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছিল।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd