• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ বিভিন্ন স্থানত বাঁহী, ঢোল বজাই সংগ্ৰহ কৰিছে বান সাহায্য

উৎকট গৰমকো নেওচি মানৱতাৰ খাতিৰত ওলাই আহিছে এওঁলোক

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 6, 2020 8:04 pm
These guys are collecting donation for flood victims in Assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎকট গৰম, উৎকট গৰমকো নেওচি মানৱতাৰ খাতিৰত ওলাই আহিছে এওঁলোক৷

এওঁলোকৰ লক্ষ্য বান সাহায্য সংগ্ৰহ কৰা। মহানগৰীৰৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত এক ব্যতিক্ৰমী পন্থাৰে জনসাধাৰনৰ পৰা গ্ৰহন কৰিছে সাহায্য৷

Apply Now

ৰাজ্যৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ৰাতিপুৱাৰে পৰা নেহৰু পাৰ্ক, দীঘলীপুখুৰী, ৰাধিকা পাৰ্ক, আমবাৰী আদি অঞ্চলসমূহত বাঁহী বজাই, ঢোল বজাই সাংস্কৃতিক মাধ্যমেৰে সংগ্ৰহ কৰিছে বান সাহায্য৷

জুবিন গাৰ্গৰ সহযোগত, চিৰঞ্জীৱ কাশ্যপৰ নেতৃত্বত সৃষ্টি হোৱা প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ এই ব্যতিক্ৰমী পদক্ষেপ৷

প্ৰতিধ্বনি গোটৰ সদস্য ভাস্কৰ জ্যোতি দাস, হৃষিয়ংগম হাজৰিকা, দিপাংকৰ মেধী মহানগৰীৰ বিভিন্ন স্থানত বাঁহী, ঢোলেৰে সুৰৰ লহৰ তুলি ৰাজপথেৰে যোৱা প্ৰতিজন লোক আপ্লুত হৈ ৰাজপথৰ হৃদয়বান লোক সকলে তেওঁলোকক দি গৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ অনুদান৷

বান সাহায্য সংগ্ৰহ কৰা ভাস্কৰ জ্যোতি দাসে কয় ‘আমাৰ উদ্দেশ্য হ’ল বানপীড়িত সকলৰ বাবে কিছু সাহায্য সংগ্ৰহ কৰা। আমাৰ গোটত ১৫জন সদস্য আছে। কৰ’নাৰ ভয়াবহতাৰ বাবে আমাৰ সদস্য সকলে নিজৰ অঞ্চলতে সাহায্য সংগ্ৰহ কৰিছো সেই সকল মানুহৰ বাবে যিসকলে জীৱনৰ বাবে যুঁজি আছে। বাঁহী, ঢোল লৈ মানুহক কৰ’নাৰ এই সন্ত্ৰাসৰ সময়ত মনোৰঞ্জন দিয়াৰ লগতে সাহায্যও সংগ্ৰহ কৰিছো’।

অকল নগদ ধনেৰে নহয়, বেংকৰ যোগেদিও প্ৰদান কৰিব পাৰে বান সাহায্য৷ বেংকযোগে বান সাহায্য প্ৰদান কৰিবলৈ নাম Chiranjeeb Deka, একাউন্ট নম্বৰ 3294739838, ifsc CBINO280004ৰ যোগেদি প্ৰেৰন কৰিব পাৰে আৰ্থিক সাহায্য।

Tags: Assam Flood
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd