দেশৰ এই কেইটা মন্দিৰত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ আৰু মাছ-মাংস

a wwwine

ভাৰতবৰ্ষত বিচিত্ৰতাৰ যেন অন্ত নাই।

দেশৰ বহু মন্দিৰত মদ-মাংসৰ প্ৰৱেশ নিষিদ্ধ যদিও এনে বহু কেইটা মন্দিৰো আছে য’ত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ-মাছ-মাংস আদি।

যুগ যুগ ধৰি এই মন্দিৰসমূহত ভক্তই মদ-মাংস প্ৰসাদ হিচাবে আগবঢ়াই আহিছে।

মদ-মাংস আদি প্ৰসাদ হিচাবে আগবঢ়োৱা দেশৰ কেইটামান মন্দিৰ হ’ল—