• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

তেজেৰে ছবি অঁকা শিল্পী : নিজৰ দেহৰ তেজেৰে আঁকিব বিশ্বৰ আটাইতকৈ বিশাল ছবিখন

সৰুৰে পৰা চৰম দৰিদ্ৰতাত ডাঙৰ হৈছিল এলিটো চাৰ্কা। অৱশ্যে সৰুৰে পৰা চিত্ৰশিল্পৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ আছিল চাৰ্কাৰ। কিন্তু ৰং কিনিবলৈ হাতত টকা নাছিল দৰিদ্ৰ পৰিয়ালৰ সন্তান এলিটো চাৰ্কাৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2022 7:21 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাম তেওঁৰ এলিটো চাৰ্কা। ফিলিপাইনৰ বাসিন্দা তেওঁ। পেছাত এগৰাকী চিত্ৰশিল্পী। কিন্তু আনতকৈ পৃথক তেওঁ। কিয়নো সঁচা অৰ্থত তেজৰ ছবি আঁকে তেওঁ। কেৱল তেজেৰেই ছবি আঁকে।

বহু সময়ত চিনেমাৰ পৰ্দাত প্ৰেমিক-প্ৰেমিকাক দেখা যায় তেজেৰে চিঠি লিখি প্ৰেমিকাক দিয়া দৃশ্য। বহু অনুৰাগীয়ে নায়ক বা নায়িকালৈ তেজেৰে চিঠি লিখি নিজৰ প্ৰেমৰ অনুভৱ প্ৰকাশ কৰে।

Apply Now

কিন্তু ৫২ বছৰীয়া এলিটোৱে কিয় এই পথ বাছি লৈছিল? কিয় তেওঁ ছবি আঁকিবৰ বাবে ৰঙৰ সলনি বাচি লৈছিল তেজ?

সৰুৰে পৰা চৰম দৰিদ্ৰতাত ডাঙৰ হৈছিল এলিটো চাৰ্কা। অৱশ্যে সৰুৰে পৰা চিত্ৰশিল্পৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ আছিল চাৰ্কাৰ। কিন্তু ৰং কিনিবলৈ হাতত টকা নাছিল দৰিদ্ৰ পৰিয়ালৰ সন্তান এলিটো চাৰ্কাৰ।

সেই সময়ত তেওঁ বিভিন্ন বনৌষধি ৰং আৰু শাক-পাচলিৰ ৰসৰ পৰা পোৱা ৰং ব্যৱহাৰ কৰিছিল। প্ৰাপ্তবয়স্ক হোৱাৰ পিছত এদিন হঠাতে তেওঁ ৰঙা ৰঙৰ সলনি নিজৰ তেজ ব্যৱহাৰ কৰাৰ কথা ভাবিলে।

প্ৰথমে তেজেৰে এখন ছবি আঁকি এলিটোৱে দেখিলে যে তেজৰ ৰং মচি পেলোৱাটো সহজ নহয়। ৰং হিচাপে তেজ অতি ফলপ্ৰসূ।

তেতিয়াৰ পৰা প্ৰতিবাৰেই কেনেবাকৈ শৰীৰত আঘাত পাই ৰক্তক্ষৰণৰ সন্মুখীন হ’লে এলিটোৱে তেজখিনি ৰং কৰিবলৈ ব্যৱহাৰ কৰিছিল। তেনেকৈয়ে তেজেৰে ছবি অঁকা অভ্যাস গঢ় লৈ উঠে এলিটোৰ।

এলিটোৱে কয় যে তেওঁ প্ৰতি তিনিমাহৰ মূৰে মূৰে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ তেজ দিয়ে। কিন্তু তেওঁ সেই তেজ দান নকৰে। বৰঞ্চ তেওঁ নিজৰ ষ্টুডিঅ’ৰ কুলাৰত ৰাখি থয় তেজখিনি আৰু প্ৰয়োজন অনুসৰি নিজৰ ছবিত ব্যৱহাৰ কৰে।

শিল্পীগৰাকীয়ে দাবী কৰে যে তেওঁৰ বাবে শিল্পকৰ্ম অতি গুৰুত্বপূৰ্ণ। কাৰণ সেইবোৰ আক্ষৰিক অৰ্থত আপোনাৰ নিজৰ তেজৰ দ্বাৰা নিৰ্মিত। সেই ছবিবোৰত তেওঁৰ জিনীয় উপাদানো মিহলি হৈ আছে।

বহুদিন এনেদৰে চিত্ৰ অংকন কৰাৰ পিছত এতিয়া এলিটোৱে এটা নতুন লক্ষ্য স্থিৰ কৰিছে। নতুন বছৰত তেওঁ অংকন কৰিব বিচাৰিছে বিশ্বৰ সৰ্ববৃহৎ তেজৰ দাগ পৰা ছবিখন। শিল্পীগৰাকীয়ে তেওঁৰ বাবে ৩২৮ ফুট বহল কেনভাছও তৈয়াৰ কৰিছে।

২০২৩ চনত শিল্পীগৰাকীৰ সপোন বাস্তৱায়িত হ’ব নে নহয় সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd