• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

খাদ্য খোৱাৰ পাছত এই ৫ টা কাম কৰিলে ক্ষতি হ’ব পাৰে শৰীৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2025 7:40 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্য খোৱাৰ পাছত বহুতে নানা ধৰণৰ অভ্যাস অনুসৰণ কৰে — কিছুমানে খোজ কাঢ়ে, আন কিছুমানে জিৰণি লয় বা পানী খায়। কিন্তু বিশেষজ্ঞৰ মত অনুসৰি, খাদ্য গ্ৰহণৰ পাছত কিছুমান অভ্যাস আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। এই ভুলবোৰ যদি নিয়মীয়াকৈ কৰি আহিছে, তেন্তে সময়ত সাৱধান হ’ব লাগিব। খাদ্য কেৱল পেট ভৰাবলৈ নহয়, ই আমাৰ শৰীৰত হজম প্ৰক্ৰিয়া, শক্তিৰ উৎপাদন আৰু সামগ্ৰিক স্বাস্থ্যৰ সৈতে জড়িত। গতিকে, খাদ্য খোৱাৰ পাছত তৎক্ষণাত কিছুমান কাম বৰ্জন কৰাটো অতি জৰুৰী। তলত তেনে ৫ টা অভ্যাসৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ খাদ্য গ্ৰহণৰ পাছত এৰাই চলা উচিত-

১. খাদ্য খোৱাৰ পাছতে শুব নালাগে

Apply Now

খাদ্য খোৱাৰ পাছত তৎক্ষণাত শুব নালাগে। বহুতে বিশেষকৈ দুপৰীয়া বা ৰাতিৰ আহাৰৰ পাছত শুবলৈ যায়, যি অভ্যাস শৰীৰৰ হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মাই। ইয়াৰ ফলত বুকুত জলা-পুৰা, এচিডিটি আৰু বদহজমৰ সমস্যা দেখা দিব পাৰে। বিশেষজ্ঞসকলে ক’লে মতে, আহাৰৰ অন্ততঃ ১-১.৫ ঘণ্টা পাছতহে শুব উচিত।

২. ধূমপান এৰাই চলক

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক — এই কথা সকলোৱে জানে। কিন্তু খাদ্য খোৱাৰ পাছত ধূমপান কৰিলে ইয়াৰ ক্ষতি আৰু বেছি হয়। এই সময়ত শৰীৰত হজম প্ৰক্ৰিয়া জোৰেৰে চলি থাকে আৰু নিকোটিন দ্ৰুতভাৱে শোষিত হয়। ফলত কেন্সাৰৰ আশঙ্কা বৃদ্ধি পায়। সেয়ে কমেও ৩০-৪০ মিনিট সময়ৰ পিছতহে ধূমপান কৰা উচিত। ধূমপান এৰাই চলাটোৱে আপনাৰ বাবে মঙ্গলজনক।

৩. পানী বা চাহ খোৱাটো এৰাই চলিব

অধিকাংশই খাদ্য খোৱাৰ লগে লগে পানী বা চাহ খায়। কিন্তু চাহত থকা টেনিন পদাৰ্থে শৰীৰত আইৰণ আৰু অন্যান্য খনিজ পদাৰ্থ শোষণত বাধা দিয়ে। লগতে, তৎক্ষণাত পানী খালে পাচনত অসুবিধা হ’ব পাৰে। এই কাৰণে খাদ্য গ্ৰহণৰ অন্ততঃ ৩০ মিনিট পিছত পানী বা চাহ খোৱাটো উত্তম।

৪. তৎক্ষণাত খোজকাঢ়া সঠিক নহয়

খাদ্য খোৱাৰ পাছত বহুতেই খোজ কাঢ়ে। কিন্তু খোৱাৰ লগে লগে খোজকাঢ়া স্বাস্থ্যৰ বাবে সহায়ক নহয়। তেজৰ সোঁত পেটৰ ফালে নিৱিষ্ট হোৱা উচিত, কিন্তু খোজকাঢ়া কৰিলে সেই প্ৰক্ৰিয়া ব্যাহত হয়। গতিকে খোৱাৰ অন্ততঃ ২০-৩০ মিনিট পাছতে খোজ কাঢ়া উচিত।

৫. গা ধোৱাটো কিছুসময় পাছত কৰক

বহুলোকে আহাৰ খোৱাৰ পাছত তৎক্ষণাত গা ধুৱাৰ অভ্যাস ৰাখে। এই সময়ত গা ধুলে শৰীৰৰ উষ্ণতা হ্ৰাস পায় আৰু তেজ পেটৰ সলনি ছালৰ ফালে গতি কৰে। ফলস্বৰূপে হজম প্ৰক্ৰিয়া মন্থৰ হয়। বিশেষজ্ঞসকলে ক’লে মতে, খাদ্য খোৱাৰ অন্ততঃ ৩০-৪০ মিনিট পিছতে গা ধুব লাগে।


খাদ্য গ্ৰহণৰ পাছত এই সাধাৰণ ভুলবোৰ যদি আপুনি নিয়মীয়াকৈ কৰি আহিছে, তেন্তে এতিয়াৰে পৰা সাৱধান হওঁক। সু
–স্বাস্থ্যৰ বাবে সময়ত সঠিক অভ্যাস গঢ়ি তোলা অতি প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd