• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডেটিঙত গৈ প্ৰিয় নাৰীগৰাকীক কওঁক এইকেইটা কথা : প্ৰেমত নপৰাকৈ নোৱাৰে আপোনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 3:10 pm
293
VIEWS
Share on FacebookShare on Twitter

কেইটামান বিশেষ কথাই মহিলা সকলক পুৰুষৰ প্ৰতি আকৰ্ষিত কৰে।  মহিলাসকলে এনে কিছুমান কথা শুনি ভাল পায় যিয়ে পুৰুষজনৰ প্ৰতি স্নেহ আৰু আকৰ্ষণ জাগ্ৰত কৰে। 

আপুনি যদি এগৰাকী নাৰীক মনে প্ৰাণে ভাল পাই আছে আৰু তেৱোঁ যদি আপোনাক ভাল পোৱাটো বিচাৰিছে, তেন্তে একাধিকবাৰ তেওঁক ডেটিঙলৈ লৈ যাওঁক। পাৰ্ক, মুকলি ঠাই, ৰেস্তোঁৰা আদি যিকোনো ভাললগা ঠাইলৈ আপুনি তেওঁক বন্ধুত্বসুলভ ভাবেৰে আমন্ত্ৰণ জনাওক। আৰু তেওঁৰ সৈতে কটোৱা সময়খিনিত আপোনালোকৰ কথা-বতৰাৰ মাজত এইকেইটা কথা কওঁক। এই কেইটা কথা যদি আপুনি এগৰাকী মহিলাক কয় তেন্তে নিশ্চিতভাবে আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব তেওঁ। 

ডেটিঙত কি কি ক’ব প্ৰিয় নাৰীগৰাকীক ? 

১/ ”তুমি জানানে তোমাৰ কোনবোৰ কথা মোৰ ভাল লাগে?“

সকলো মানুহেই নিজৰ প্ৰসংশা শুনি ভাল পায়। গতিকে আপুনি তেখেতৰ মাজত যিবোৰ ভাল লগা কথা অনুভৱ কৰিছে সেয়া তেওঁক কওঁক। এনে কৰিলে তেওঁ অনুভৱ কৰিব যে আপুনি তেওঁক যথেষ্ট মনোযোগ আৰু গুৰুত্ব প্ৰদান কৰিছে। এই কথাই তেওঁক সুখী কৰিব। লগতে আপোনাৰ প্ৰতিও তেওঁৰ মনোযোগ বৃদ্ধি পাব।

২/ ”তোমাৰ চকুযুৰি খুব ধুনীয়া আৰু উজ্জ্বল”

কোৱা হয় যে চকু আত্মাৰ দাপোন। এইদৰে কোৱাৰ অৰ্থ এয়ে যে আপুনি তেওঁৰ চকুৱেদি তেওঁৰ আত্মাত প্ৰৱেশ কৰিছে আৰু তেওঁক বুজিবলৈ চেষ্টা কৰিছে।

৩/ ”মই তোমাৰ লগত Comfortable তথা সহজ অনুভৱ কৰোঁ”

আমাৰ বহুত বন্ধু থাকিব পাৰে, কিন্তু তেওঁলোকৰ কিমানজনৰ লগত আমি অন্তৰংগ হ’ব পাৰো?

আপুনি যদি কোনো মহিলাক ফুৰিবলৈ বা ডেটিঙলৈ লগ ধৰিছে তেন্তে তেওঁ আপোনাৰ লগত সহজবোধ কৰাটো অত্যন্ত প্ৰয়োজনীয়।  সেয়ে এই কথা ব্যক্ত কৰি তেওঁকো সহজবোধ কৰোৱাৰ লগতে তেওঁৰ অন্তৰত প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁ অনুভৱ কৰিব তেওঁৰ প্ৰতি আপোনাৰ দুৰ্বলতা আছে।

৪/ ”তোমাৰ কামটো মোৰ বাবে খুব আকৰ্ষণীয়”

আমি সকলোৱে আমাৰ কেৰিয়াৰত উৎকৃষ্ট হ’বলৈ চেষ্টা কৰোঁ। আমি আমাৰ বেছিভাগ সময় কৰ্মস্থলীতে কটাওঁ, গতিকে আপোনাৰ ডেটৰ পেছাদাৰী প্ৰচেষ্টাৰ বাবে তেওঁৰ জীৱিকাক আপুনি প্ৰশংসা কৰিব পাৰে। 

৫/ “তুমি কি ভাবা…!”

তেওঁৰ পচন্দ অপচন্দ আৰু আপোনালোক দুয়োৰে মাজত থকা কিছুমান সাধাৰণ আগ্ৰহ জানিবলৈ ই এক উৎকৃষ্ট উপায়। ইয়াৰ উপৰিও ই আপোনাক তেওঁৰ জীৱন আৰু মতামতৰ প্ৰতি প্ৰকৃত আগ্ৰহী যেন দেখাব। গতিকে শেহতীয়া কোনো সামাজিক ঘটনা, শেহতীয়া চিনেমা আদিৰ বিষয়ে তেওঁৰ মতামত জানিবলৈ চেষ্টা কৰিব পাৰে।

৬/ ”তোমাৰ চিন্তা-ধাৰণাবোৰ মোৰ ভাল লাগে।”

কিবা এটা বিষয়ত তেওঁৰ মতামত সুধিলে তাৰ প্ৰশংসা কৰিবলৈ নাপাহৰিব। এগৰাকী মহিলাই তেওঁৰ সৌন্দৰ্য্যতকৈ তেওঁৰ মগজুৰ প্ৰশংসা ভালপোৱাৰ সম্ভাৱনা বেছি। এনে কথাই আপোনাক এনে এজন পুৰুষৰ দৰে কৰি তোলে যিয়ে এগৰাকী নাৰীক শাৰীৰিকভাবে নহয় মানসিকভাবে হে উপভোগ কৰিব খোজে। 

বিভিন্ন বিষয়ত তে ওঁ লোৱা ধাৰণাৰ শলাগ লওক আৰু যদি আপুনি দুয়োৰে কিবা এটাত মতানৈক্য হয়, তেন্তে এটা সুস্থ আৰু সন্মানজনক বিতৰ্ক কৰিলে ই ঘনিষ্ঠতা বৃদ্ধি কৰিব পাৰে।

৭/ ”তোমাৰ লগত সময় অতিবাহিত কৰি মোৰ ভাল লাগে।”

যেতিয়া আপুনি আপোনাৰ ডেটক কয় যে আপুনি তেওঁৰ সংগ উপভোগ কৰি ভাল পায়, তেতিয়া আপুনি পৰোক্ষভাৱে ইংগিত দিছে যে ভৱিষ্যতে ডেটত তাইৰ সৈতে অধিক সময় কটাব বিচাৰে।

৮/ ”আজি তোমাৰ লগত কটোৱা সময়খিনি মোৰ বাবে খুব উপভোগ্য আৰু স্মৰণীয় হৈ ৰ’ব।”

যেতিয়া আপুনি এই কথা কয়, তেতিয়া আপুনি পৰোক্ষভাৱে কৈছে যে তোমাৰ সংগ মই উপভোগ কৰোঁ।  যদি তেৱোঁ আপোনাৰ লগত সময়খিনি উপভোগ কৰিছিল, তেন্তে উৎসাহেৰে উত্তৰ দিব আৰু আপোনাক পুনৰ লগ পোৱাৰ প্ৰস্তাৱ দিব। 

যদিহে আপুনি কাৰোবাক ভাল পাই তেন্তে তেওঁক একাধিকবাৰ ডেটিঙলৈ লৈ যাওঁক আৰু কথাৰ মাজত সুযোগ বুজি এইকেইটা কথা কওঁক। তেওঁ নিশ্চয় প্ৰেমত পৰিব আপোনাৰ।

লগতে পঢ়কঃ প্ৰেমৰ ক্ষেত্ৰত এনে পুৰুষ কেতিয়াও ব্যৰ্থ নহয় : চাণক্যই দিছে নীতি

লগতে পঢ়কঃ চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা

লগতে পঢ়কঃ এইকেইটা লক্ষণে দেখা দিছে নেকি সম্পৰ্কত? তেনেহ’লে বেছিদিন নিটিকে আপোনাৰ সম্পৰ্ক

লগতে পঢ়কঃ বিবাহ পূৰ্বে যৌন সম্পৰ্কই বৈবাহিক জীৱন অধিক সুখী কৰে নে? কি কয় সমীক্ষাই?

Recent News

নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী; গুচি যাব পাৰে আন সৌৰজগতলৈ, কিয়?

নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী; গুচি যাব পাৰে আন সৌৰজগতলৈ, কিয়?

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd