• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইকেইটা লক্ষণে দেখা দিছে নেকি সম্পৰ্কত? তেনেহ’লে বেছিদিন নিটিকে আপোনাৰ সম্পৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2024 6:35 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজনে সিজনৰ ওপৰত কৰা বিশ্বাসৰ ওপৰত গঢ় লৈ উঠে এটা স্বাস্থ্যসন্মত সম্পৰ্ক। সম্পৰ্কৰ বিশেষত্ব হ’ল যে ই সংগীৰ সৈতে আজীৱন একেলগে থকাৰ মানসেৰে আগবাঢ়ি যায়। কিন্তু এনে এটা সময়ো আহে যেতিয়া সম্পৰ্কৰ অৱনতি ঘটে। কাজিয়া, একেলগে নথকা, কথা নপৰা আদি পৰিস্থিতিৰ উদ্ভৱ হয়।

দেখা যায় যে আজিকালি মানুহে বহু বছৰীয়া বৈবাহিক সম্পৰ্ক এটা শেষ কৰি দিবলৈ বৰ বেছি সময় নলয়। এটা মুহূৰ্ততে আজিকালি পুৰণি বৈবাহিক সম্পৰ্ক এটাকো শেষ কৰি দিয়া দেখা যায়। 

Apply Now

কিন্তু যিকোনো সম্পৰ্ক শেষ হোৱাৰ আগতে কিছুমান বিশেষ লক্ষণ দেখা যায়। এই লক্ষণসমূহৰ বিষয়ে জানো আহক…

লগতে পঢ়কঃ চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা

১. সকলো ধৰণৰ সম্পৰ্কত আৱেগে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰেম বা বৈবাহিক সম্পৰ্কত যদি সংগীৰ মাজত আৱেগিক মোহ কমি আহে তেন্তে সেই সম্পৰ্কৰ অন্ত পৰাৰ সম্ভাৱনা প্ৰচুৰ হৈ পৰে। আৱেগৰ অনুপস্থিতি যিকোনো সম্পৰ্কৰ প্ৰতি ভাবুকিতকৈ কম নহয়।

২. প্ৰেমিক-প্ৰেমিকা বা বিবাহিত দম্পতীৰ কাজিয়া হোৱাটো স্বাভাৱিক যদিও ইয়াৰ বাবেই যদি তেওঁলোকে শাৰীৰিক সম্পৰ্কৰ পৰা আঁতৰি থাকে তেন্তে সেয়াও এটা ডাঙৰ সমস্যা। কিয়নো শাৰীৰিক সম্পৰ্কই প্ৰেমিক-প্ৰেমিকা বা স্বামী-স্ত্ৰীৰ মাজত আৱেগ আৰু মৰম-চেনেহ শক্তিশালী হিচাপে বৰ্তাই ৰখাত সহায় কৰে।

লগতে পঢ়কঃ দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত প্ৰেমৰ তীব্ৰতা, যৌনজীৱনৰ মাদকতা অনাত বাস্তুশাস্ত্ৰৰ প্ৰভাৱ

৩. যদি কাজিয়া লগাৰ পিছত দম্পতীহালৰ মাজত কাজিয়া শেষ কৰিবলৈ বা কথা-বতৰা আৰম্ভ কৰিবলৈ কোনো প্ৰচেষ্টা নাথাকে তেন্তে এয়াও সম্পৰ্ক শেষ হোৱাৰ লক্ষণ। 

৪. বিশ্বাসক স্বামী-স্ত্ৰী বা প্ৰেমৰ সম্পৰ্কৰ আধাৰ হিচাপে গণ্য কৰা হয়। এহাল দম্পতীৰ ক্ষেত্ৰত বিশ্বাসৰ অভাৱ হোৱাৰ অৰ্থ হ’ল সেই সম্পৰ্কটো শেষ হোৱাৰ পথত। 

লগতে পঢ়কঃ স্বামী লিপ্ত হৈছে নেকি পৰকীয়া প্ৰেমত? কিদৰে গ’ম পাব স্বামীৰ গোপন অভিসাৰৰ কথা

গতিকে এনে কেতবোৰ লক্ষণ বা সমস্যাই দেখা দিলে সম্পৰ্ক এটাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। এনেবোৰ লক্ষণৰ সোনকালে যতি নপৰিলে এনে লক্ষণে সোনকালেই সম্পৰ্ক এটাৰ যতি পেলাব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হওক আৰু এটা সু্ন্দৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখক।

লগতে পঢ়কঃ বিবাহ পূৰ্বে যৌন সম্পৰ্কই বৈবাহিক জীৱন অধিক সুখী কৰে নে? কি কয় সমীক্ষাই?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd