• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিজৰ ঘৰটোক কনড’ম আৰু কৰ’নাক দুৰাৰোগ্য যৌন সংক্ৰমিত ৰোগ বুলি ভাৱক; নিউজিলেণ্ডৰ খেলুৱৈৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 20, 2020 5:44 pm

1 min read

New Zealand pacer Mitchell McClenaghan

মিচেল মেকলেহানে

9.7k
VIEWS
Share on FacebookShare on Twitter

আইপিএলৰ মুম্বাই ইণ্ডিয়ানছ তথা নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ মিচেল মেকলেহানে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে সজাগত সৃষ্টিৰ বাবে টুইটাৰত কৰা এটা বিশেষ টুইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

‘‘নিজৰ ঘৰটোক কনড’ম আৰু কৰ’না ভাইৰাছক দুৰাৰোগ্য যৌন সংক্ৰমিত ৰোগ বুলি ভাৱক,’’ নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ টুইটাৰত এনেদৰে লিখে।

ক্ৰিকেটাৰ গৰাকীৰ টুইটাৰৰ উত্তৰ দি এগৰাকী অনুৰাগীয়ে এনেদৰে লিখে, ‘‘আপোনাৰ ঘৰক হেলমেট আৰু কোভিদ-১৯-ক হেলমেটলৈ তীব্ৰবেগী দলিওৱা ফুলটছ বল বুলি ভাৱক।’’

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জন সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে খেলুৱৈ সকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰকে ধৰি দৌৰবিদ হিমা দাস, মেৰীকম আদিৰ দৰে খেলুৱৈ সকলেও হাত ধোৱাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ বাবে ছ’চিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰি সকলোকে সজাগ হৈ থকাৰ বাবে আহ্বান জনাইছে।

Recent News

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd