• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬ জুলাইৰ পৰা বিশ্বনাথ জিলাত কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ সিদ্ধান্ত ১৩ টাকৈ ফেক্টৰীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 25, 2021 11:15 am
IMG20210724195207

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৬ জুলাইৰ পৰা বিশ্বনাথ জিলাৰ ১৩  টাকৈ বটলিফ ফেক্টৰী অনিদিষ্ট কালৰ বাবে বন্ধ থাকিব। আজি এই কথা এক সংবাদমেল যোগে জানিবলৈ দিছে বিশ্বনাথ জিলা বটলীফ টি প্ৰডিউচাৰ  সন্থাই।

উল্লেখ্য যে কালি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলক যিদৰে টী-বোৰ্ডে কেঁচাপাতৰ মূল্য নিৰ্ধাৰণ কৰিছে  ঠিক অনুৰূপ ধৰণে টী-বোৰ্ডে  বটলিফ ফেক্টৰী সমূহৰ উৎপাদিত চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ দাবীতেই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

Apply Now

বটলিফ ফেক্টৰী সমূহৰ ন্যায্য দাম প্ৰাপ্তিৰ অবিহনে বিশ্বনাথ জিলাৰ ১৩ টাকৈ চাহ ফেক্টৰী সোমবাৰৰ পৰা বন্ধ ৰখাৰ সিদ্ধান্তৰ কথা বটলিফ ফেক্টৰীসমূহে সংবাদমেলত জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণভাৱে কালি বিশ্বনাথ জিলা উপযুক্তৰ কাৰ্যালয়ত ভাৰতী চাহ বোৰ্ডৰ  বিষয়ববীয়াৰ লগতে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি সম্পাদকৰ উপস্থিতিত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।

উক্ত বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেঁচা চাহপাতৰ নূন্যতম মূল্য  জিলা উপাযুক্তই ২৮ টকা ৭২ পইচা নিৰ্ধাৰণ কৰিবলৈ ভাৰতীয় চাহ বোৰ্ডৰ বিষয়ববীয়াক এক নিৰ্দেশ প্ৰদান কৰাৰ লগতে এই নিৰ্দেশ পালন নকৰা ফেক্টৰীসমূহৰ অনুজ্ঞাপত্র বাতিল কৰাৰ এক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল।

এই নিৰ্দেশনাৰ কথা উল্লেখ কৰি আজি বিশ্বনাথ জিলা বটলিফ ফেক্টৰী সমূহৰ স্বত্বাধিকাৰ সকলে সংবাদমেল যোগে দাবী জনায় যে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক যিদৰে টী বোৰ্ডে কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰিছে, ঠিক একেদৰে টী বোৰ্ডে  বটলিফ ফেক্টৰী সমূহৰ উৎপাদিত চাহৰ মূল্যও নিৰ্ধাৰণ কৰক।

বটলিফ ফেক্টৰীৰ সংশ্লিষ্ট পক্ষই আনকি ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কলঘৰে যদি টী বোৰ্ডে বান্ধি দিয়া মূল্যত পাত ক্ৰয় কৰিবলৈ বাধ্য কৰোৱা হয় তেন্তে এই ফেক্টৰীসমূহে ক্ৰয় কৰা পাতৰে উৎপাদিত চাহৰ প্ৰতি কেজি চাহপাতত ৪০/৫০ টকা লোকচানৰ সন্মূখীন হ’ব বুলিও সাংবাদিকক অৱগত কৰে।

আনহাতে, এই বটলিফ ফেক্টৰী সমূহ নিৰ্মাণ কৰা কালত ফেক্টৰীৰ স্বত্বাধিকাৰসকলে বহু কোটি টকাৰ ধাৰৰ বোজা লৈ থৈছে।

তেনেস্থলত যদি টী বোৰ্ডে কালি নিৰ্ধাৰণ কৰি দিয়া মূল্য ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰদান কৰিব লাগে, তেনেহলে বেংকৰ ধাৰ পৰিশোধ কৰা দূৰৰ কথা ফেক্টৰী বন্ধ কৰাৰ বাহিৰে হাতত কোনো ধৰণৰ বিকল্প নাথাকিব বুলিও বটলিফ ফেক্টৰী কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে।

সেয়ে এই ক্ষেত্ৰত উচিত মীমাংসা নোহোৱা পৰ্যন্ত অহা সোমবাৰৰ পৰা বিশ্বনাথ জিলাৰ বটলিফ ফেক্টৰীসমূহে কেঁচা চাহপাত লোৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে সন্থাটোৱে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd