• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাতবাৰকৈ পজিটিভ উলোৱা ১৯ বৰ্ষীয় যুৱকৰ শৰীৰত নাই কোভিড১৯ৰ লক্ষণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 10, 2020 7:01 pm

2 min read

49c13504c57a615c24bf0567ae482c5b
10.2k
VIEWS
Share on FacebookShare on Twitter

ভদোদৰাৰ এজন ১৯ বছৰীয়া যুৱকৰ শৰীৰত সাতবাৰকৈ কোভিড১৯ পিজিটিভ উলোৱাৰ পিছতো দেহত ফুটি উঠা নাই কোভিড১৯ৰ লক্ষণ।

ভদোদৰা হাই স্পীড ৰে’লৱেৰ প্ৰশিক্ষণ ইনষ্টিটিউটত আইছ’লেশ্যনত থকা ১২ গৰাকী কোভিড১৯ পজিটিভ লোকৰ মাজৰে জয় পাটনি নামৰ যুৱকজনৰ শৰীৰত কোভিড১৯ কোনো লক্ষণে দেখা দিয়া নাই।

‘কাহ নাই, অৱশতা নাই, আনকি মূৰৰ বিষো নাই। প্রথম দিনাতকৈ মই সম্পূৰ্ণ ভালে আছো।’ পাটনিয়ে কয়।

যুৱকজনে কোৱাৰেন্টাইন কক্ষৰ বাৰান্দাত থাকি সময় অতিবাহিত কৰাৰ পত্যক্ষ কৰি থকা দেখা গৈছে।

‘কৰিবলৈ মোৰ একো নাই। বাৰান্দাত ঘূৰি ফুৰো, চিনেমা চাওঁ, ফোনত কথা পাতো, গেম খেলো। দিনবোৰ এনেকৈ পাৰ কৰি আছো।’ যোৱা ১২ এপ্ৰিলত আইছ’লেটেড হৈ এমাহ সম্পূৰ্ণ কৰা পাটনিয়ে কয়।

যুৱকজনক অভিভাৱকৰ সৈতে যোৱা ১২ এপ্ৰিলত কোভিড১৯ পজিটিভ পোৱা গৈছিল। চুবুৰীয়া এটি শিশু কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল।

গোট্ৰি মেডিকেল কলেজ এণ্ড হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত তাত ২০ দিন থকাৰ পিছত পাটনিক ৰে’লৱেৰ উক্ত স্থানত আইছ’শ্যলেটেড কৰা হয়।

‘মই বিচৰা নাই মোৰ দ্বাৰা মোৰ অভিভাৱক পুনৰ আক্ৰান্ত হওক। নিগেটিভ ওলোৱালৈ মই ৰৈ আছো।’ পাটনিয়ে কয়।

তেওঁ আৰু কয়, ‘ইয়াত মই কোনোধৰণৰ চিকিৎসাৰ আশা কৰি থকা নাই। প্ৰয়োজন হ’লেহে চিকিৎসকক মাতিম।’

এতিয়া পাটনিয়ে অষ্টমবাৰৰ পৰীক্ষাৰ বাবে ৰৈ আছে। তেওঁ আশা কৰিছে অষ্টমবাৰত তেওঁ ৰিজাল্ট নিগেটিভ আহিব আৰু ঘৰলৈ যাব পাৰিব।

Tags: COVID-19

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd