DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চ’ছিয়েল মিডিয়াত চৰ্চাৰ শীৰ্ষত থকা বলিউদৰ এই অভিনেত্ৰীগৰাকী কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 11:02 am
চ’ছিয়েল মিডিয়াত চৰ্চাৰ শীৰ্ষত থকা বলিউদৰ এই অভিনেত্ৰীগৰাকী কোন?

মানাৰ চোপ্ৰা, ফ'টো সৌজন্য- ইন্টাৰনেট

86k
VIEWS
Share on FacebookShare on Twitter

বলিউদ আৰু দক্ষিণৰ ছবি উদ্যোগত এনে বহু অভিনেত্ৰী আছে যিসকলে নিজৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় দেহ বল্লৰীৰ লগতে প্ৰতিভাৰ বলত নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ লগতে চ’ছিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আজি আমি তেনে এগৰাকী সুন্দৰী অভিনেত্ৰীৰ কথা ক’বলৈ বিচাৰিছো যিগৰাকীয়ে নিজৰ আকৰ্ষণীয় দেহৰ গঠন আৰু সৌন্দৰ্যেৰে বলিউদত প্ৰতিষ্ঠা লাভ কৰাৰ লগতে চ’ছিয়েল মিডিয়াতো জনপ্ৰিয় হৈ উঠিছে।

তেনে এগৰাকী সুন্দৰী অভিনেত্ৰী হ’ল মানাৰা চোপ্ৰা। ১৯৯১ চনৰ ২৫ মে’ত জন্ম গ্ৰহণ কৰা মান্নাৰা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰ একাউন্টৰ যোগেদি নিজৰ বিভিন্ন ভঙ্গীমাৰ ধুনীয়া ফ’টো শ্বেয়াৰ কৰি চ’ছিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ উঠিছে।

আনকি মানাৰা চোপ্ৰাই নিজৰ সৌন্দৰ্যৰ সন্দৰ্ভতো চ’ছিয়েল মিডিয়াত মন্তব্য প্ৰকাশ কৰা দেখা যায়।

মানাৰা চোপ্ৰা কেৱল সুন্দৰীয়েই নহয়, তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব, মিঠা হাঁহিয়ে সকলোতে সোণত সুৱগা চৰাইছে।

মানাৰাই ২০১৪ চনত জিদ নামৰ ছবিখনেৰে নিজৰ কেৰিয়া আৰম্ভ কৰিছিল।

উল্লেখ্য যে, মানাৰা চোপ্ৰা হৈছে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰীদ্বয় প্ৰিয়ংকা আৰু পৰীনীতি চোপ্ৰাৰ সম্পৰ্কীয়।

Recent News

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Crime in Guwahati

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Indian first K-pop artist

দেশৰ প্ৰথমগৰাকী কে-পপ সংগীতশিল্পী ৰূপে স্বীকৃতি পালে উৰিষ্যাৰ যুৱতীয়ে

IAS officer dog walking row

সুশাসনৰ যোগ্য নহয় নেকি অৰুণাচল-লাডাখ?: প্ৰশাসনিক বিষয়াক লাডাখ-অৰুণাচললৈ শাস্তিমূলক বদলিত ক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd