• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ এই যুৱতীগৰাকীক সহায়ৰ প্ৰয়োজন

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 25, 2020 6:55 pm
This girl from Teok needs your help
17.1k
VIEWS
Share on FacebookShare on Twitter

হঠাৎ এটা সপোন থানবান হ’লl এখন সুখৰ ঘৰৰ সপোন প্ৰায় সপোনতে আবদ্ধ হোৱাৰ পথতl

যোৰহাট জিলাৰ টীয়কৰ দক্ষিণ দুলীয়া গাঁৱৰ এটা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ কৰুণ কাহিনীl

টীয়কৰ দক্ষিণ দুলীয়া গাঁৱৰ ভদ্ৰেশ্বৰ বৰাৰ জীয়ৰী পূৰৱী বৰাৰ বিয়াৰ বাবে সম্পূৰ্ণ যা-যোগাৰ কৰি যোৱা বহাগৰ ২১,২২ তাৰিখে দুদিনীয়া কৰ্মসূচীৰে ছোৱালী উলিয়াই দিয়াৰ দিহা কৰিছিল।

কিন্তু দেশত চলি থকা লকডাউনৰ বাবে আহাৰৰ ১৫ তাৰিখলৈ বিয়াখন পিছুৱাই দিয়া হয়।

সকলো ঠিকেই আছিল, বিয়াখনলৈ পৰিয়ালটিৰ সকলোৱেই একেই হেঁপাহ, একেই উৎসাহেৰে আগবাঢ়িছিল।

পিছে বিয়ালৈ একসপ্তাহ থকাৰ  সময়তে  কইনা পূৰৱীৰ শৰীৰ  কিছু অসুস্থ হোৱাত পিতৃগৃহৰ পৰা তেওঁক চিকিৎসকক সাক্ষাৎ কৰালেl

বিয়ালৈ বুলি সযতনে থোৱা টকা খৰচ কৰি মৰমৰ সৰু জীক লোকৰ ঘৰলৈ উলিয়াই দিয়াৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শত সকলো পৰীক্ষা কৰালত দুৰ্ভগীয়া পূৰবীৰ দেহত ধৰা পৰিল এক জটিল দুৰাৰোগ্য ৰোগ৷

পৰিয়ালটোৰ সকলো সপোন ভাঙি চূৰমাৰ হোৱাৰ পথত। অতি দৰিদ্ৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে ভীষণ অমানিশা৷

পিতৃ পেছাত এজন কাঠমিস্ত্ৰী। সাঁচতীয়া সকলো ধন বিয়াৰ আৰু তাৰ পাছত চিকিৎসাৰ বাবদ খৰচ কৰি আজি কন্যাৰ উন্নত চিকিৎসা কৰিব নোৱাৰি ভীষণ আৰ্থিক সংকটত পৰিছেl

সেয়ে পৰিয়ালটিয়ে মৰমৰ নুমলীয়া জীৰ জীৱন ৰক্ষাৰ বাবে  এতিয়া ৰাইজৰ পৰা সহায় বিচাৰিছে।

কোনো সদাশয় ব্যক্তি তথা অনুষ্ঠানে যদি এই দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব বিচাৰে, তেন্তে ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাত মাতৃ ৰুণু বৰাৰ একাউন্ট নম্বৰ 36887367258, IFSC SBIN000001718ত সাহায্য আগবঢ়াব পাৰে।

অথবা 9859351011 নম্বৰত যোগাযোগ কৰিবলৈ কৰযোৰে অনুৰোধ জনাইছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd