• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় মন্ত্ৰীয়ে জিৰণি ল’ব পৰা বিমান বন্দৰ সদৃশ ভি ভি আই পি ব্যৱস্থাৰে উন্নত হ’ব অসমৰ এটা ৰে’লৱে জংচন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2019 12:15 pm
Tinisukia Railway Junction

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.9k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰেলৱে হাতত লোৱা নিউ তিনিচুকীয়া ৰে’ৱলে জংচনৰ পুনৰ নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে। কিছুদিন পাছতে ৰে’লযাত্ৰীসকলৰ বাবে সম্পূৰ্ণ আটকধুনীয়া অত্যাধুনিক ৰে’ল জংচনটো মুকলি কৰি দিয়া হ’ব বুলি তিনিচুকীয়া ৰে’লৱে উপ মহাপ্ৰৱন্ধকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য জংচনটোৰ পুনৰ নিৰ্মাণৰ কাম হাতত লোৱাৰ পাছত ইয়াক অত্যাধুনিক সা-সুবিধা সংলগ্ন কৰি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু বিমান কোঠৰ আৰ্হিৰে বিমান কোঠত থকা বহু সা-সুবিধা ৰে’ল যাত্ৰীসকলক প্ৰদান কৰাৰ লক্ষ্যৰে জংচনটোৰ পুনৰ নিৰ্মাণৰ কাম ৰে’লৱে আগবঢ়াই নিয়ে।

সংবাদ মাধ্যমৰ আগত নিউ তিনিচুকীয়া জংচনৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত মত প্ৰকাশ কৰি তিনিচুকীয়া ৰে’লৱে উপ মহাপ্ৰৱন্ধক গৰাকীয়ে পুনৰ নিৰ্মিত জংচনত যাত্ৰী সকলৰ বাবে অত্যাধুনিক যাত্ৰী জিৰণি কোঠা লগতে এটাকৈ ভি আই পি আৰু ভি ভি আই পি জিৰণি কোঠাও নিৰ্মাণ কৰা হৈছে।

স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰসংগ উত্থাপনেৰে মহাপ্ৰৱন্ধকগৰাকীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিৰণি ল’ব পৰাকৈ উন্নত মানদণ্ডৰ হ’ব অতিথি জিৰণি কোঠাবোৰ।

আনহাতে, ৰে’লযাত্ৰীসকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত জংচনটো যাতে কোনো লোকে ক্ষয়-ক্ষতি নকৰে আৰু অন্য লোককো তেনে কাৰ্য্য কৰাত সকলোৱে বাধা দিয়ে তথা এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ বাবে যাতে ৰে’লৱেক অৱগত কৰে তাৰবাবে আহ্বান জনাই মহাপ্ৰৱন্ধকগৰাকীয়ে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd