• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰযুক্তি

১৫ হাজাৰ টকাৰ ভিতৰত কোনটো ফোন কিনিব?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2019 4:29 pm
Vivo RedemiX

ভিভো জেদ-১ প্ৰো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজাৰত সম্প্ৰতি উপলব্ধ হৈছে আপোনাৰ স্মাৰ্ট ফোনৰ প্ৰয়োজন পুৰাব পৰা ১৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱাকৈ ভালেকেইটা মোবাইল ফোন। তলত ১৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱা কেইটামান স্মাৰ্টফোনৰ বিষয়ে উল্লেখ কৰা হ’ল।

ভিভো জেদ-১ প্ৰো (VIVO Z1 PRO)

Apply Now

চোনী স্মাৰ্টফোন নিৰ্মাতা কোম্পানী ভিভোই ভাৰতৰ বজাৰত প্ৰথমটো স্মাৰ্ট পাঞ্চ হোল যুক্ত স্মাৰ্টফোন ভিভো জেদ-১ প্ৰো মুকলি কৰে। এই স্মাৰ্টফোনটোক চীনত মুকলি হোৱা ভিভো জেদ-৫এক্স চিৰিজৰ সৈতে প্ৰায়  একে বুলিব পাৰি।

ভিভো জেদ-১ প্ৰো প্ৰথমটো ৱালকাম স্নেপড্ৰেগন ৭১২ চিপচেট প্ৰছেচৰৰ সৈতে মুকলি হোৱা স্মাৰ্ট  ফোন। এই স্মাৰ্ট ফোনটোৰ মূল্য হ’ব ১৪,৯৯০ টকা। ভিভো জেদ-১ প্ৰো স্মাৰ্ট ফোনত ৩২ মেগাপিক্সেলৰ চেল্ফি কেমেৰা সংযোগ কৰা হৈছে।

ৰেডমি কে-২০ (Redmi K20)

ভাৰতৰ বজাৰত ১৭ জুলাইৰ পৰা উপলব্ধ হ’ব ৰেডমি কে-২০ স্মাৰ্ট ফোন। ফ্লিপকাৰ্টত ১২ জুলাইত দুপৰীয়া ১২ বজাৰ পৰা ফোনটো উপলব্ধ হ’ব। অনলাইন গ্ৰাহকসকলে ১২ তাৰিখৰ পৰাই ফোনটো বুকিং কৰিব পাৰিব।

ৰেডমি কে-২০ স্মাৰ্ট ফোনটো চীনৰ বজাৰত চলিত বৰ্ষৰ মে মাহতে মুকলি কৰি দিয়া হয়। চীনত স্মাৰ্ট ফোনটোৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ১৯,৯০০ টকা হ’ব যদিও ভাৰতৰ বজাৰত ইয়াৰ মূল্য ১৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱাকৈ ৰখা হ’ব বুলি অনুমান কৰা হৈছে।

ৰিইল মি এক্স (Realme X)

ৰিইল মি ভাৰতৰ বজাৰত সকলো ঠাইতে উপলব্ধ হোৱাকৈ ৰিলেম-৩ ৰ লাইট ভাৰ্শ্যন মুকলি কৰাৰ সম্ভাৱনা আছে। অহা সপ্তাহৰ প্রথমভাগতে বজাৰলৈ আহিব নতুন স্মাৰ্টফোনটো। ৰিলেম এক্সৰ স্মাৰ্টফোনটো অনলাইন মাৰ্কেট আমাজানতো উপলব্ধ হ’ব। ফোনটোৰ মূল্য ১৫,০০০ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ভাৰত বজাৰত এইকেইটা স্মাৰ্টফোনে গ্ৰাহকৰ মাজত খলকনি লগোৱাতো নিশ্চিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd