DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতৰ এইটো ষ্টেশ্যনলৈ যাবলৈ লাগে পাকিস্তানৰ ভিছা। কিয় জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2023 10:30 am
504
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰেলৱে হৈছে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰেলৱে নেটৱৰ্ক। ভাৰতীয় ৰেলৱেৰ নেটৱৰ্কে ১ লাখ ১৫ হাজাৰ কিলোমিটাৰ এলেকা সামৰি লৈছে। 

দেশৰ ৭,৩৪৯টা ষ্টেশ্যনৰ পৰা দৈনিক ১৩,১৬৯খন যাত্ৰীবাহী ৰে’ল আৰু ৮,৪৭৯খন মালবাহী ৰে’ল চলাচল কৰে।

ভাৰতীয় ৰেলৱে দেশৰ প্ৰায় ৩ কোটি জনসাধাৰণৰ দৈনিক সংগী। কিন্তু ভাৰতত এটা ষ্টেচন আছে য’ত যাবলৈ পাকিস্তানৰ ভিছা লাগে। 

শুনিবলৈ আচৰিত যেন লাগে যদিও সঁচা। ভাৰতত অৱস্থিত এই ষ্টেচনলৈ যাবলৈ পাছপ’ৰ্ট আৰু পাকিস্তান ভিছাৰ প্ৰয়োজন। দেশৰ ক’ত কোনটো ষ্টেচন আছে জানো আহক।

আটৰী শ্যাম সিং ৰেল ষ্টেচন পঞ্জাৱৰ অমৃতসৰত অৱস্থিত। এসময়ত এই ৰেল ষ্টেচনৰ মাজেৰেই সমঝোটা এক্সপ্ৰেছ চলিছিল।

যদিও এই ষ্টেচন ভাৰতত অৱস্থিত, প্ৰৱেশৰ বাবে পাছপ’ৰ্ট আৰু পাকিস্তান ভিছাৰ প্ৰয়োজন।
ষ্টেচনৰ এফালে অমৃতসৰ আৰু আনফালে লাহোৰ। এইটো এটা সৰু ষ্টেশ্যন কিন্তু অনুমতি অবিহনে প্ৰৱেশ কৰিলে জেল হ’ব পাৰে।

২০১৯ চনৰ ৮ আগষ্টত আট্টাৰী ৰেলৱে ষ্টেচন বন্ধ কৰি দিয়া হৈছিল। তেতিয়াৰ পৰাই এই লাইনত সমঝোটা এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ গ’ল।

Recent News

যুদ্ধভূমিৰ নৃশংসতা! গাজাৰ স্কুলত ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত কমেও ৫০ জন

যুদ্ধভূমিৰ নৃশংসতা! গাজাৰ স্কুলত ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত কমেও ৫০ জন

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd