• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ অৰুণাচলৰ পৰা গুজৰাটলৈ : ৰাহুল গান্ধীয়ে আকৌ আৰম্ভ কৰিব অন্য এক ‘ভাৰত জোড়ো’

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে এই কাৰ্যসূচী ‘ভাৰত জোড়ো যাত্ৰা’তকৈ পৃথক হ’ব। তেওঁ কয় যে, এই কাৰ্যসূচীক কেন্দ্ৰ কৰি যথেষ্ট উৎসাহ আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 8:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ১ মাহ পূৰ্বে অন্ত পৰিছিল কংগ্ৰেছৰ ‘ভাৰত জোৰো যাত্ৰা’ৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এই পদযাত্ৰাই সফলতা লাভ কৰাৰ লগতে দেশৰ জনগণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। সেই সফলতাৰ পিছত এইবাৰ কংগ্ৰেছে আন এক পদযাত্ৰা কৰাৰ কথা ভাবিছে। এইবাৰ কংগ্ৰেছে দেশৰ পূৱৰ পৰা পশ্চিমলৈ পদযাত্ৰাৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। দেওবাৰে এই পৰিকল্পনাৰ কথা ব্যক্ত কৰিছে দলটোৰ মুখপাত্ৰ জয়ৰাম ৰমেশে।

যোৱা বছৰৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল ‘ভাৰত জোড়ো যাত্ৰা’। ১৪৬ দিনীয়া এই যাত্ৰাৰ অন্ত পৰিছিল এই বছৰৰ ৩১ জানুৱাৰী তাৰিখে জম্মু–কাশ্মীৰৰ শ্ৰীনগৰত। এই যাত্ৰাৰ আগৰণুৱা সেনাপতি আছিল ৰাহুল গান্ধী। বিজেপিয়ে ভাগ ভাগ কৰা দেশৰ জনগণক এক কৰাৰ উদ্দেশ্যে কংগ্ৰেছে আৰম্ভ কৰিছিল এই যাত্ৰা। দিন পাৰ হৈ যোৱাৰ লগে লগে এই যাত্ৰাৰ প্ৰতি কংগ্ৰেছে অভূতপূৰ্ব সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল। বহু গণ্যমান্য ব্যক্তিয়ে ৰাহুলৰ সৈতে খোজ কাঢ়িছিল ভাৰত জোড়ো যাত্ৰাত। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে হাত মিলাইছিল ৰাহুল গান্ধীৰ লগত।

Apply Now

‘ভাৰত জোড়ো যাত্ৰা’ৰ সফলতাৰ পাছত এইবাৰ কংগ্ৰেছ নেতৃত্বই দেশৰ পূবৰ পৰা পশ্চিমলৈ আন এক পদযাত্ৰা কাৰ্যসূচীৰ কথা চিন্তা কৰিছে। সংবাদ সংস্থা পিটিআইৰ মতে, অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা গুজৰাটৰ পোৰবন্দৰলৈ এই যাত্ৰা কৰা হ’ব।

অৱশ্যে এই যাত্ৰাৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে এই কাৰ্যসূচী ‘ভাৰত জোড়ো যাত্ৰা’তকৈ পৃথক হ’ব। তেওঁ কয় যে, এই কাৰ্যসূচীক কেন্দ্ৰ কৰি যথেষ্ট উৎসাহ আছে। মইও ব্যক্তিগতভাৱে এই যাত্ৰা হোৱাটো বিচাৰো। কিন্তু পূব–পশ্চিম যাত্ৰা ভাৰত জোড়োৰ তুলনাত পৃথক হ’ব।” কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, এই যাত্ৰা আৰম্ভ হোৱাৰ তাৰিখ এতিয়াও নিৰ্ণয় কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd