• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেতৃত্বকেন্দ্ৰিক নহয়; এইবাৰ ক’ৰ’ণাকেন্দ্ৰিক উলম্ব বিভাজন কংগ্ৰেছত!

কাৰোবাৰ মতে উপেক্ষা কৰিব নোৱাৰি আন কাৰোবাৰ মতে ই নাটক-ৰাজনীতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2020 7:10 pm
Rup Roki
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেতৃত্বকেন্দ্ৰিক সংঘাতে ইতিমধ্যে জুৰুলা কৰা কংগ্ৰেছত এতিয়া মাৰাত্মক ক’ৰ’ণা ভাইৰাছক লৈ সৃষ্টি হৈছে বিভাজনৰ ৰাজনীতি।

কোনোৱে যদি কোভিড-১৯ ভাইৰাছক উপেক্ষা কৰিব নোৱাৰি তথা ৰাইজক সজাগ হ’বলৈ আহ্বান জনাই লগতে স্বাস্থ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে আন কোনোৱে আকৌ ইয়াক ধেমালি, নাটক আৰু ৰাজনীতি বুলি উৰুৱাই দিছে।

Apply Now

এইক্ষেত্ৰত কোভিডক উপেক্ষা কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে বিৰোধী উপ দলপতি ৰকিবুল হুছেইন।

‘আমি কোভিড নাই বুলি উপেক্ষা কৰিব নোৱাৰো। বেমাৰক লৈ ভেঙুচালি কৰাতো অনুচিত। ময়ো যিহেতু এই ভাইৰাছৰ কবলত পৰিছিলো গতিকে ময়ো এই বেমাৰ সত্য নহয় বুলি ক’ব নোৱাৰো। সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে।‘

ইপিনে, গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে তথা গগৈৰ চিকিৎসাৰ ক্ষেত্ৰত বহুখিনি উন্নত সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ৰকিবুলে।

আনহাতে, ৰকিবুল হুছেইনৰ সম্পূৰ্ণ বিপৰীত স্থিতিত আছে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কুৰ্মীৰ মতে ক’ৰ’ণাক লৈ ৰাজ্য চৰকাৰে ধেমালি কৰাৰ লগতে নাটক-ৰাজনীতি সকলো কৰিছে।

“ক’ৰ’না মিছা, ক’ৰ’না এখন নাটক আৰু সম্পূৰ্ণ ৰাজনীতি। চৰকাৰে কথাবোৰ এনেই ডাঙৰ কৰি পেলাইছে।‘ কুৰ্মীয়ে এইদৰে কয়।

ইয়াৰ প্ৰমাণ দি ৰূপজ্যোতিয়ে কয় ‘সাংসদ গৌৰৱ গগৈ মণিপুৰ যাওঁতে কোৱাৰেন্টাইন কৰাই ৰখা হ’ল। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোৱাৰেন্টাইন কৰি ৰখা নহ’ল। মন গ’লেই হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ চাৰি বিধায়কক লগত লৈ দিল্লীলৈ উৰা মাৰে। এই কথাই কি প্ৰমাণ কৰিছে?’

ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় ‘কংগ্ৰেছৰ নেতাৰ গাতহে ক’ৰ’না ওলমি আহিব পাৰে, বিজেপি নেতাৰ গাত ওলমি আহিব নোৱাৰে।‘

‘এতিয়াৰ পৰা কোভিড পৰীক্ষা কৰিবলৈ অহা সকলেও টকা দিব লাগিব বুলি ৰাজ্য চৰকাৰে কৈছে কিয়নো তেওঁলোকৰ ৰাজভঁড়াল খালী। টকাবোৰ কেনেকৈ শেষ হ’ল তাৰ এক হোৱাইট পেপাৰ লাগিছিল।‘ এইদৰে কয় ৰূপজ্যোতিয়ে।

অন্য এটা উদাহৰণ দি ৰূপজ্যোতিয়ে কয় ‘ৰাজ্য চৰকাৰে কোভিডৰ নামত ধেমালি কৰি আছে। মডেল হাস্পতাল, অভিযান্ত্ৰিক মহাবিদ্যালয়, বা অন্যান্য উন্নত মহাবিদ্যালয় কোভিড কেয়াৰ চেন্টাৰ বনাবলৈ দিয়াৰ পাছতো একাঠু বোকা পানীৰ মাজত কিয় অস্থায়ী পেণ্ডেল বনালে?’

ইপিনে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কোভিডক লৈয়ো কেতবোৰ বিতৰ্কিত মন্তব্য কৰে ৰূপজ্যোতিয়ে।

‘প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ পূৰ্বে কোভিড বুলি ক’লে আগতে কিয় নক’লে? তেওঁ হৃদৰোগ বা অন্য ৰোগৰ বাবে চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত কোভিড বুলি ক’লে কিয়নো মৃত্যুৰ সংখ্যা বঢ়াব লাগিব আৰু কোভিডক লৈ আতংকিত কৰি ৰাখিব লাগিব।‘ ৰূপজ্যোতিয়ে কৰ্মীয়ে আৰু কয়।

ইপিনে, ক’ৰ’ণাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ক্ষেত্ৰতো মন্তব্য কৰি ৰূপজ্যোতিয়ে কয় ‘তৰুণ গগৈ সুস্থ ব্যক্তি সেইটো সকলোৱে জানে। তেওঁ প্ৰেছ মেকাৰ লগোৱা ব্যক্তি।‘

আনহাতে, ‘ক’ৰ’ণা অহাৰে পৰা অন্য বেমাৰ নাইকিয়া হৈ গ’ল নেকি?’ বুলি প্ৰশ্ন কৰি কুৰ্মীয়ে লগতে কয় ‘ডায়েবেটিছ, প্ৰেছাৰ, হৃদৰোগ এইবোৰ বেমাৰ এতিয়া নাইকিয়া হৈ গ’ল নেকি?’

এনেদৰেই এতিয়া ক’ৰ’ণাক লৈ বিৰোধী কংগ্ৰেছৰ নেতৃত্বৰ মাজত উলম্ব বিভাজন দেখিবলৈ পোৱা গ’ল।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd