DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অ’হ মাই গ’ড! ২০১৩ চনতে এইজন লোকে টুইট কৰিছিল যে কৰোণা ভাইৰাচ আহি আছে! চাওক!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2021 3:42 pm
(ফটো- টুইটাৰ)

(ফটো- টুইটাৰ)

686
VIEWS
Share on FacebookShare on Twitter

নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীৰ কথা আপুনি হয়তো শুনিছে।

কিন্তু নষ্ট্ৰাডামুছকো চেৰাই এজন লোকে ২০১৩ চনত টুইটাৰত দিয়া এটা প’ষ্টৰ সত্যতা প্ৰতিপন্ন হোৱাৰ পাছতে সামাজিক মাধ্যমত তুমূল চৰ্চা লাভ কৰিছে।

Corona virus….its coming

— Marco (@Marco_Acortes) June 3, 2013

মাৰ্কো আকোৰটে নামৰ এজন লোকে টুইটাৰত ২০১৩ চনৰ ৩ জুন তাৰিখে লিখিছিল- ”কৰোণা ভাইৰাচ… আহি আছে!”

যদিও কি পৰিস্থিতিত পৰি তেওঁ এই টুইটটো কৰিছিল, জনা হোৱা নাই, কিন্তু ৮ বছৰৰ পাছত তেওঁৰ এই প’ষ্টটোৰ সম্পূৰ্ণ সত্যতা প্ৰতিপন্ন হোৱাৰ পাছতে সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

বিস্ময়জনকভাৱে, লোকজনে ২০১৬ চনৰ পৰা টুইটাৰত কোনো প’ষ্ট কৰা নাই।

🙂

— Marco (@Marco_Acortes) December 10, 2016

তেওঁৰ শেষৰ প’ষ্টটো আছিল এটা স্মাইলী আৰু ই যেন এটা ইংগিত প্ৰদৰ্শন কৰিছে!

বহু লোকে তেওঁৰ এই প’ষ্টটোক লৈ বিস্ময় প্ৰদৰ্শন কৰিছে।

FBI pic.twitter.com/GxT9G0UKQk

— Need a new general meme name lol (@ShaqBurnerAcct) March 12, 2020

pic.twitter.com/jqpB1bHOh8

— TJ Daniels (@__TJ15) March 12, 2020

Recent News

Assam Career

Assam Career : খাৰুপেটীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী , জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Assam Career

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd