• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

C(A)A বিৰোধী ৰাজনৈতিক দল সমূহ তথ্য সম্বন্ধে সচেতন নহয় : ৰাম মাধৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2020 4:21 pm

1 min read

Ram Madhab

ৰাম মাধৱ

513
VIEWS
Share on FacebookShare on Twitter

‘‘যিবোৰ ৰাজনৈতিক দলে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰি আছে সেইবোৰৰ আইনখন সম্পৰ্কত পৰ্য্যাপ্ত জ্ঞানৰ অভাৱ,’’ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে শুকুৰবাৰে মন্তব্য কৰে।

নাগৰিকত্ব (সংশোধনী) আইন কোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয় বুলি মাধৱে উল্লেখ কৰি যিসকলে ইয়াৰ বিৰোধিতা কৰি আছে তেওঁলোকে তথ্য সম্বন্ধে জ্ঞাত নহয় আৰু ইয়াক জানিবৰ বাবে চেষ্টাও নকৰে বুলি সমালোচনা কৰে।

নাগৰিকত্ব (সংশোধনী) আইন সম্বন্ধে বিৰোধী দল সমূহে দেশৰ নাগৰিকক ভুল পথে পৰিচালিত কৰা বুলিও বিজেপি নেতা গৰাকীয়ে অভিযোগ কৰে।

‘‘যিসকলে ‘কা’ৰ বিৰোধিতা কৰি আছে তেওঁলোকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে,’’ মাধৱে লগতে কয়।

তেলেংগানাৰ ওচমানিয়া বিশ্ববিদ্যালয়ত ‘নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কত চৰ্চা’ শীৰ্ষক সভাত মাধৱে এনেদৰে নিজৰ মত ব্যক্ত কৰে।

Recent News

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd