• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভাবি চিন্তি কথা ক’ব লাগে’ : প্ৰধানমন্ত্ৰী মোদীক প্ৰাঃ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ পৰামৰ্শ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 5:03 pm
modimanmohan-1515146967

ফাইল ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে।

প্ৰধানমন্ত্ৰীৰ পদত থাকিলে ভাবি-চিন্তি কথা ক’ব লাগে, নহ’লে বিপদত পৰিব লগা হয়। এই মন্তব্য প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ।

Apply Now

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙে কয় যে ‘শব্দৰ গুৰুত্ব বুজি’হে সীমান্তৰ বিবাদ সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কথা কোৱা উচিত।

লাডাখৰ গালৱান উপত্যকাৰ ভাৰত-চীনৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছিল।

উক্ত সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, “ভাৰতৰ কোনো ভূখণ্ড বা প’ষ্ট বেদখল হোৱা নাই।”

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ লগতে শাসক দলক বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়। আনকি দেশৰ জনতায়ো চ’ছিয়েল মিডিয়াৰ যোগেদি মোদীক তীব্ৰ সমালোচনা আৰু ককৰ্থনা কৰাৰ পৰিলক্ষিত হয়।

বিৰোধীয় প্ৰশ্ন তুলিলে, যদি চীনে ভাৰতৰ ভূমি দখল কৰাই নাই তেনে ৰক্তক্ষয়ী সংঘৰ্ষত কেনেকৈ ২০ জনকৈ ভাৰতীয় সেনা ছহিদ হ’ল?

আনহাতে উপগ্ৰহীয় চিত্ৰত চীনে ভাৰতৰ ভূমখণ্ড দখল কৰাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে।

আনকি গালৱান উপত্যকা চীনৰ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মানি লৈছে নেকি বুলি প্ৰশ্ন কৰিও বিৰোধীয়ে আক্ৰমণ কৰে।

এই বিতৰ্কৰ মাজতে দেশৰ দুটা কাৰ্যকালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এক বিবৃতিৰ যোগে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙে কয়, “আমি এক ঐতিহাসিক ক্ষণত উপস্থিত হৈছো। চৰকাৰৰ কাম কাজে আমাৰ ভৱিষ্যৎ প্ৰজন্মই কি দেখিব সেয়া নিৰ্ণয় কৰিব। যিয়ে দেশক নেতৃত্ব দিয়ে তেওঁ নিজৰ কৰ্তব্যৰ গুৰুত্ব বুজা উচিত। আমাৰ গণতন্ত্ৰই সেই দায়িত্ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক প্ৰদান কৰিছে। সেয়ে প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰা শব্দই দেশৰ নিৰাপত্তা ও সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কি তাৎপৰ্য বহন কৰিব পাৰে সেয়া মনত ৰখা উচিত।”

প্ৰধানমন্ত্ৰী মোদীৰ উক্ত মন্তব্যক চীনে এক হাতিয়াৰ হিচাপে ব্যহাৰ কৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd