• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰা আৰু অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ আজিও; অভূতপূৰ্ব পৰিস্থিতি গুৱাহাটীত

কোনেও আহ্বান নজনোৱাকৈয়ে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 2:44 pm
Guwahati-11-12-19

নাগৰিকত্ব বিধেয়কৰ বিৰধিতাত গুৱাহাটীৰ ৰাজপথত হাজাৰ হাজাৰ লোক। বুধবাৰৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ জাতি, ভাষা, কৃষ্টিৰ সংকটৰ সময়ত অসম আৰু ত্ৰিপুৰাত কোনেও আহ্বান নজনোৱাকৈয়ে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ।

১০ ডিচেম্বৰত নেছ’ই দিয়া বন্ধৰ সময়ত দুয়োখন ৰাজ্য সম্পূৰ্ণ স্তব্ধ হৈ পৰাৰ পিছত আজিও বিধেয়কখনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ।

Apply Now

অসমৰ উজনি অসমত, বিশেষভাৱে ডিব্ৰুগড় জিলাত এই আন্দোলন অধিক তীব্ৰতৰ হৈছে।

আন্দোলনকাৰীয়ে ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি বিজেপি নেতাৰ ঘৰ ঘেৰাও কৰিছে। ৰুদ্ৰমূৰ্তি ধৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী আৰু ৰবৰ বুলেট নিক্ষেপ কৰিব লগীয়া হৈছে। প্ৰতিবাদকাৰীৰ মাজৰ এগৰাকী যুৱতী নিৰাপত্তাৰক্ষীৰ হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে।

আনপিনে ত্ৰিপুৰাৰ পৰা শেহতীয়াকৈ অহা খবৰ অনুসৰি ত্ৰিপুৰাৰ বিভিন্ন ঠাইত আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে অপ্ৰৰোচিত লাঠী চালনা কৰিছে।

ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত যৌথ আন্দোলনকাৰীয়ে ((JMACAB)) দিয়া বন্ধ আজিও অব্যাহত আছে।

চৰকাৰে কালিৰ পৰা ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে যদিও আন্দোলনকাৰী আজিও সমবেত হ’বলৈ এৰা নাই। আজি পুৱা ৰাজ্যখনৰ জনজাতীয় ছাত্ৰ আৰু খিলঞ্জীয়া ৰাজনৈতিক দলবোৰৰ সমৰ্থকসকলে উত্তৰ গেইট (North gate) অঞ্চলত গোট খাই পথ অৱৰোধ কৰে।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত সকলো ৰে’লসেৱা বাতিল কৰা হয়। আজি হ’ব লগীয়া পৰীক্ষাবোৰো বাতিল কৰা হয়।

অৱশ্যে ৰাজধানী ত্ৰিপুৰাত বন্ধ বা আন্দোলনৰ ঘটনা কমকৈ দেখা যায়।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে বন্ধৰ প্ৰভাৱ পৰা নাই বুলি মন্তব্য কৰি ত্ৰিপুৰাৰ উন্নয়ন নিবিচৰাসকলেহে বন্ধৰ আহ্বান দিছে বুলি মন্তব্য কৰে।

ৰাজ্য চৰকাৰ পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি কংগ্ৰেছে চৰকাৰখনৰ পদত্যাগ দাবী কৰিছে।

১০ ডিচেম্বৰত চৰকাৰৰ অংশীদাৰ দল আই পি এফ টিৰ ছজনীয়া সদস্যৰ এটা দল কেন্দ্ৰীয় গৃহ মন্ত্ৰীক লগ ধৰি বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত আলোচনা কৰিবলৈ নতুন দিল্লীলৈ গৈছে। দলটোৰ সাধাৰণ সম্পাদক মংগল দেববাৰ্মাই জনাইছে যে এই আলোচনা সফল নহ’লে দলটো বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd