• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্রীয় মন্ত্রী গাডকাৰীক ধনদাবী- হত্যাৰ ভাবুকি! কাৰাৰুদ্ধ আততায়ীক আটক আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2023 4:35 pm
Nitin Gadkari
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ পুনৰ আহিছে ভাবুকি। এইবাৰ ফোন যোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক দহ কোটি টকা ধনদাবী দুৰ্বৃত্তৰ। নতুন বৰ্ষৰ আৰম্ভণিৰ ফালে ফোন যোগে দুৰ্বৃত্তই গাডকাৰীক হত্যাৰ ভাবুকি দিয়াৰ পিছত শেহতীয়াকৈ তেওঁৰ কার্যালয়লৈ আহিল ধনদাবীৰ ফোন।

দুয়োটা ফোনকলত জড়িত থকাৰ অভিযোগত আজি নাগপুৰ আৰক্ষীয়ে কর্নাটকৰ বেলাগাৱীৰ এখন কাৰাগাৰৰ পৰা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী কাৰাৰুদ্ধ ব্যক্তিক জিম্মাত লৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।

নাগপুৰৰ আৰক্ষীৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, হিন্দলগা কাৰাগাৰৰ পৰা অভিযুক্ত জয়েশ পূজাৰী ওৰফে জয়শ কন্থা নামৰ ব্যক্তগৰাকীক জিম্মাত লৈ পুৱা বিমানেৰে নাগপুৰলৈ অনা হয়।

দুয়োটা ভাবুকিভৰা ফোনকলৰ অভিযোগত পূজাৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটা গোচৰ। বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে,কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক এনেদৰে ফোন কৰি ভাবুকি দিয়াৰ আঁৰত থকা পূজাৰীৰ উদ্দেশ্য জনাৰ বাবে তেওঁক জেৰা কৰা হ’ব।

উল্লেখ্য যে, যোৱা ১৪ জানুৱাৰীত নিজকে জয়েশ পূজাৰী বুলি পৰিচয় দি এগৰাকী লোকে নাগপুৰত থকা গাডকাৰীৰ জনসংযোগ কাৰ্যালয়লৈ ফোন কৰি ১০০ কোটি টকা দাবী কৰিছিল।

ফোন কৰা ব্যক্তগৰাকীয়ে নিজকে কুখ্যাত ডন ডাউদ ইব্ৰাহিমৰ গেঙৰ সদস্য বুলি দাবী কৰিছিল। ইয়াৰ পিছত শেহতীয়াকৈ ২১ মাৰ্চত এই একেগৰাকী ব্যক্তিয়েই পুনৰ গাডকাৰীৰ কাৰ্যালয়লৈ ফোন কৰি ১০ কোটি টকা নিদিলে তেওঁৰ ক্ষতি কৰা হ’ব বুলি ভাবুকি দিয়ে।

এই ভাবুকিৰ পিছতে নাগপুৰৰ সাংসদগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, এই ফোনকলৰ অভিযোগত জিম্মাত লোৱা জয়েশ পূজাৰী হত্যাকাণ্ডৰ গোচৰত মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত হৈ আছে। অৱেশ্যে পূজাৰীয়ে গাডকাৰীক এইদৰে ভাবুকি দিয়াত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd