DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত পুনৰ ধৰ্ষণৰ ঘটনা: তিনি দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণৰ বলি কিশোৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2022 9:56 am
gang-raping in assam
162
VIEWS
Share on FacebookShare on Twitter

নাৰীৰ বিৰুদ্ধে বৰ্দ্ধিত অপৰাধৰ খবৰে ৰাজ্যৰ নাৰী সুৰক্ষাৰ পয়ালগা দিশটো বাৰে বাৰে উন্মোচিত কৰাৰ সময়তে আন এক ঘৃণনীয় কাণ্ডই পুনৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এইবাৰ তিনি দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী কিশোৰী।

এই নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাত। জিলাখনৰ অগিয়া অঞ্চলত এগৰাকী ১৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তিনি দুৰ্বৃত্তৰ বিৰুদ্ধে।

গোৱালপাৰা জিলা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে যোৱা ১ অক্টোবৰত এই ঘটনা সংঘটিত হৈছিল বুলি কিশোৰীগৰাকীৰ পৰিয়ালে জানিবলৈ দিছে।

ইয়াৰ পিছতে ৩ অক্টোবৰত ভুক্তভোগীৰ পৰিয়ালে এই ঘৃণনীয় অপৰাধ সন্দৰ্ভত এক অভিযোগ দাখিল কৰে।

এই অভিযোগৰ আধাৰত গোৱালপাৰা আৰক্ষীয়ে তিনি অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত দুৰ্বৃত্ত কেইগৰাকীক মামুদ আলম, আক্কাছ আলী আৰু আজিবুল হক বুলি চিনাক্ত কৰা হৈছে।

গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাই কয়, “আমি ঘটনাটোৰ বিষয়ে এক অভিযোগ লাভ কৰাৰ পিছতে লগে লগে তদন্ত আৰম্ভ কৰিছিলো। ইতিমধ্যে আমি তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো।”

ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান তদন্ত চলাই থকা হৈছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে।

Recent News

Man Partially shaved hair moustache

হাৰিল বিজেপি প্ৰাৰ্থী, হাৰিল বাজি! চৰ্ত মতেই আধাকৈ মুণ্ডন কৰিলে মোচ আৰু চুলি

Kim Jong Un

হৃদয় গলিল কিম জং উনৰ! অনুষ্ঠানৰ মাজতে চকুলো মচিলে ‘শক্তিশালী’ উনে

IPS officer surrenders

আজৱ কাণ্ড! প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নামত ভুৱা ৱাটছ্এপ একাউণ্ট খুলিলে আই পি এছ বিষয়াই: কৰিলে আত্মসমৰ্পণ

Udhampur attack Hanzla Adnan killed

উধমপুৰত বি এছ এফৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাঞ্জলা আদনান পাকিস্তানত নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd