• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাম্প্রদায়িক হিংসাৰ প্ৰৰোচনাৰ অভিযোগত গোৱালপাৰাত পুনৰ ৩জনক গ্ৰেপ্তাৰ

NE NOW NEWS ছফিকুল আহমেদ
গোৱালপাৰা , November 28, 2019 8:07 am

1 min read

arrest-2-76

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.2k
VIEWS
Share on FacebookShare on Twitter

ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISISৰ সৈতে জড়িত থকাৰ অভিযোগত ৩জন লোকক গ্ৰপ্তাৰ কৰা্ৰ পিছত বুধবাৰে পুনৰ গোৱালপাৰাত উগ্ৰ ইছলামিক মৌলবাদী সংগঠন প’পুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৩ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা সদস্য কেইজনক কৃষ্ণাইৰ অধিবক্তা জিন্না আমিৰ হুছেইন, গোৱালপাৰা নগৰৰ ভালুকডুবিৰ ছবুৰ আলী আৰু হাবিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

‘তেওঁলোকক সাম্প্ৰদায়িক হিংসাৰ বাবে উচতনি দিয়া আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলক মেৰুকৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।‘ আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ।

অভিযোগ মতে সংগঠনটোৰ সদস্য কেইজনে অযোধ্যা গোচৰৰ ৰায়ৰ পিছত শুকুৰবাৰে নামাজৰ সময়ত ইছলাম ধৰ্মালৱম্বী লোকসকলৰ মাজত পেমফলে’ট বিলাইছিল। উক্ত পেমফলে’টত ধৰ্মীয় প্ৰৰোচনামূলক বক্তব্য আছিল বুলি সূত্ৰত প্ৰকাশ।

ঘটনা সংক্ৰান্তত গোৱালপাৰা সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ২৯৫/১৫৩ এ ধাৰাৰ অধীনত ৬৯১/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰা হয়।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd