• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি বিধেয়ক: জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত বিজেপি ত্যাগ ৩ নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2020 10:53 am
Farmer-pro
723
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত কৃষি বিধেয়কক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো প্ৰতিবাদ হোৱাৰ সময়তে নিজৰ মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থতে বিজেপি দল ত্যাগ কৰিলে তিনি গৰাকীকৈ নেতাই।

কালি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোকসভা আৰু ৰাজ্যসভাই ইতিমধ্যে গৃহীত কৰা তিনিখন কৃষি বিধেয়কত স্বাক্ষৰ কৰাৰ পিছতে আজি পঞ্জাৱ বিজেপিৰ তিনিগৰাকী প্ৰভাৱশালী নেতাই কৃষি বিধেয়কৰ বিৰোধিতা কৰি পদত্যাগ কৰে।

পদত্যাগ কৰা নেতা কেইগৰাকী হৈছে ক্ৰমে পঞ্জাৱ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি কিকৰ সিং কুটবেৱালা,ফিৰোজপুৰ বিজেপিৰ সাধাৰণ সম্পাদক চৰণদীপ সিং আৰু ফিৰোজপুৰ বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক অংগ্ৰেজ সিং মিণ্টু।

তিনিওগৰাকী নেতাই এই বুলি প্ৰকাশ কৰে যে এতিয়া যিহেতু মাটি-ভেটিৰ অধিকাৰ ৰক্ষাৰ কথা আহি পৰিছে সেয়ে তেওঁলোকে দলত থাকি দলৰ ভুল নীতিক সমৰ্থন জনাব নোৱাৰে।

উল্লেখ্য কালি ৰাষ্ট্ৰপতিয়ে বিধেয়ক তিনিখনত স্বাক্ষৰ কৰাৰ লগে লগে তিনিও খন বিধেয়ক আইনত পৰিণত হ’ল।

কৃষি বিধেয়ক কেইখনে এতিয়াৰে পৰা কৃষকৰ উৎপাদিত শস্য পোনপটীয়াকৈ বনিক গোষ্ঠীয়ে ক্ৰয় কৰি লোৱাৰ বাট সুগম কৰিলে।

কৃষি বিধেয়কৰ ফলশ্ৰুতিত দেশৰ পৰা মাণ্ডি ব্যৱস্থা এক প্ৰকাৰ উঠি যাব আৰু তাৰ ঠাইত কৃষকৰ উৎপাদিত ফচল বিপননৰ অধিকাৰ লাভ কৰিব বেচৰকাৰী কোম্পানীয়ে।

ইপিনেকেন্দ্ৰৰ বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভা ত্যাগ কৰাৰ পাছত এইবাৰ NDA এৰিছে শিৰোমণি আকালি দলেও।

আকালি দলৰ নেতা সুখবীৰ সিং বাদলে শনিবাৰে এই কথা ঘোষণা কৰে।

যোৱা সপ্তাহত লোকসভাত কৃষি বিধেয়ক গৃহীত হোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল আকালি দলৰ নেত্ৰী হৰছিমৰৎ কৌৰ বাদলে।

শিৰোমণি আকালি দলে স্পষ্টভাৱে কৈছে যে এই কৃষি বিধেয়ক কৃষকসকলৰ স্বাৰ্থৰ পৰিপন্থী। ইয়াৰ ফলত কৃষি পণ্যৰ মূল্য নিয়ন্ত্ৰণ পূঁজিপতিৰ হাতলৈ গুচি যাব আৰু তেওঁলোকৰ ইচ্ছামতে দৰ দি কৃষকৰ পৰা শস্য ক্ৰয় কৰিব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd