• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব ৰেংকিঙৰ শীৰ্ষত অসমৰ তিনিগৰাকী, মণিপুৰৰ দুগৰাকী বক্সাৰৰ স্থান লাভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 6, 2020 8:25 am

1 min read

Story-2-3-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

13.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ তিনিগৰাকী বক্সাৰ সাভলিনা বৰগোঁহাই, যমুনা বড়ো আৰু শিৱ থাপাই ইন্টাৰনেশ্যনেল বক্সিং এছোচিয়েশ্যন (AIBA)ই অলপতে প্ৰকাশ কৰা এমেচাৰ বক্সিঙৰ বিশ্ব শীৰ্ষ ৰেংকিঙৰ তালিকাত স্থান লাভ কৰিছে।

শেহতীয়া ৰেংকিঙত লাভলিনাই ৬৯কেজি শাখাত তৃতীয় স্থান, যমুনা বড়োৱে ৫৪কেজি শাখাত পঞ্চম স্থান আৰু শিৱ থাপাই ৬০কেজি শাখাত ষষ্ঠদশ স্থান লাভ কৰিছে।

মণিপুৰৰ মেৰীকম আৰু এল সৰিতা দেৱীয়ে ক্ৰমে ৫১কেজি শাখাত তৃতীয় আৰু ৬০কেজি শাখাত পঞ্চবিংশতম (২৫) স্থান লাভ কৰিছে।

আছাম এমেচাৰ বক্সিং এছোচিয়েশ্যনে এক শুভেচ্ছা বাৰ্তাত কয়,’’আমাৰ বক্সাৰসকলক লৈ আমি গৰ্বিত।‘’

‘’আমি আগতে কেতিয়াও এনেধৰণৰ সফলতা লাভ কৰা নাছিলো,’’-তেওঁলোকে লগতে কয়।

এছোচিয়েশ্যনে লগতে কয়,’’আমি ঘোষণা কৰিবলৈ পাই আনন্দিত যে অসমৰ তিনিগৰাকী আৰু চুবুৰীয়া মণিপুৰৰ দুগৰাকী বক্সাৰে বিশ্ব ৰেংকিঙৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে।‘’

‘’আমি সকলোকেইগৰাকী বক্সাৰকে অভিনন্দন জনাইছো,’’- এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই দিয়া বাৰ্তাটোত এইদৰে কোৱা হয়।

Recent News

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

india

জাতি- জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হল শিৱসাগৰৰ কোঁৱৰপুৰৰ ৰোষেশ্বৰ বৰুৱা খেলপথাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd