• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউএলবিৰ তিনি কেডাৰক আটক,১৪ কেডাৰক চিনাক্ত

নৱ গঠিত বড়ো উগ্ৰপন্থী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ কোন?

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
September 23, 2021 7:01 am
198
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ উল্টাপানী দুগৰাকীকৈ ইউএলবি সদস্য আৰক্ষৰে হোৱা এনকাউণ্টাৰত নিহত হোৱাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে ইউএলবিৰ তিনিজন সদস্যক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰী কৰা মতে কালি সন্ধিয়া এক বিশেষ অভিযানৰ জৰিয়তে প্ৰথমে টিপকাই বগৰীবাৰীৰ দৈদুন ব্ৰহ্মৰ লগতে আন দুজনক আটক কৰে ।

দৈদুন ব্ৰহ্মক আটক কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা এযোৰ কেমোফ্লেজ পোছাক উদ্ধাৰ কৰা হয় । সোধপোছৰ অন্তত দৈদুন ব্ৰহ্মই সকলো কথা স্বীকাৰ কৰে আৰু ইউএলবিৰ ভাবুকিপূৰ্ণ ভাইৰেল ভিডিঅ’টো ৰঙিয়া আৰু বাকছাৰ সীমান্তবৰ্তী পাথৰকুৱেৰীত গ্ৰহণ কৰা হৈছিল বুলি স্বীকাৰ কৰে ।

ইউএলবিৰ মুখ্য সেনাধ্যক্ষ প্ৰিনজিত বসুমতাৰীৰ ঘৰ গোসাঁইগাঁৱত আৰু তেওঁৰ বিৰুদ্ধে হত্যা, অপহৰণকে ধৰি দহটামান গোচৰ ৰজু হৈ আছে বুলি সদৰী কৰিছে সুৰজিৎ সিং পানেছাৰে ।

ভিডিঅ’টো গ্ৰহণ কৰাৰ সময়ত চিএনচি প্ৰিনজিৎ বসুমতাৰী , দুব্ৰি ব্ৰহ্ম , ফুংখা ব্ৰহ্ম , দৈদুন ব্ৰহ্ম , সুদেম ব্ৰহ্ম আদি সদস্যসকল আছিল আৰু তেওঁলোকক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত আছে বুলি সদৰী কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে ।

সৰ্বমুঠ ১৪ জন ইউএলবিৰ কেডাৰ চিনাক্ত কৰা হৈছে আৰু সকলোকে কৰায়ত্ব কৰা হব বুলি মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা আনন্দ নাৰ্জাৰী ওৰফে আব্ৰা , সাজাৰাম ব্ৰহ্ম ওৰফে ৰমাই আৰু দৈদুন ব্ৰহ্মক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত আছে বুলি সদৰী কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd