• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিখন ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ ঘোষণা : “কেব” কাৰ্য্যকৰী হ’বলৈ নিদিয়ে তেওঁলোকৰ ৰাজ্যত

“তোমালোকে সংখ্যা আছে বাবে আইন গৃহীত কৰিব পাৰা, কিন্তু আমি তোমালোকক দেশখন বিভাজন কৰিবলৈ নিদিওঁ"

গুৱাহাটী by গুৱাহাটী
December 13, 2019 5:03 pm
CMs Against CAB implemetation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কেব” কেৱল অসমীয়া বা ত্ৰিপুৰাৰ সমস্যা নহয়; ই কেৱল জাতি, ভাষা, সংস্কৃতিৰ সংকটৰ কাৰণ নহয়। ই ভাৰতৰ মূল মতাদৰ্শটোৰ বিৰুদ্ধে, ভাৰতৰ সংবিধানৰ মৌলিক বৈশিষ্ট্যটোৰ বিৰুদ্ধে এটা খোজ।

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ “কেব” বিৰোধিতাই এই কথা প্ৰমাণ কৰাৰ পিছত পাঞ্জাব আৰু কেৰালাৰ মুখ্য মন্ত্ৰীদ্বয়েও একেই স্থিতি লৈ ইয়াক অধিক প্ৰকট কৰিলে।

Apply Now

ঘাইকৈ অবৈধ হিন্দু বাঙালীক নাগৰিকত্ব দিবলৈ অনা “কেব”ক পশ্চিম বংগত কাৰ্য্যকৰী কৰিবলৈ দিয়া নহ’ব বুলি যোৱা ৬ ডিচেম্বৰত স্পষ্ট কৰি দিছিল ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

“তোমালোকে লোকসভা আৰু ৰাজ্যসভাত আইন গৃহীত কৰিব পাৰা, কাৰণ তোমালোকৰ হাতত সংখ্যা আছে। কিন্তু আমি তোমালোকক দেশখন বিভাজন কৰিবলৈ নিদিওঁ। সকলোৱে মুখ বন্ধ ৰাখিলেও মই মাত মাতিম, আনকি মই ইয়াৰ বাবে মৃত্যুও আঁকোৱালিম”, ইণ্ডিয়ান এক্সপ্ৰেছত মমতা বেনাৰ্জীৰ উদ্ধৃতি। তেওঁ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব কিয় বুলি প্ৰশ্নও কৰে।

বেনাৰ্জীৰ পিছতে ১২ ডিচেম্বৰত একেই স্থিতিৰে কেৰালাৰ মুখ্য মন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু পাঞ্জাবৰ মুখ্য মন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কয় যে তেওঁলোকে তেওঁলোকৰ ৰাজ্যত “কেব” কাৰ্য্যকৰী হ’বলৈ নিদিয়ে।

The Citizenship Amendment Bill is an attack on the secular and democratic character of India. The move to decide citizenship on the basis of religion amounts to a rejection of the Constitution. It will only take our country backward. Our hard-fought freedom is at stake. pic.twitter.com/Yg9Y8QJLUx

— Pinarayi Vijayan (@pinarayivijayan) December 11, 2019

“বিধেয়কখন অসাংবিধানিক” বুলি মন্তব্য কৰি পিনাৰায়ী বিজয়নে কয়, কেন্দ্ৰীয় তালিকাত থাকিলেও ৰাজ্য চৰকাৰক এই আইনখন প্ৰয়োগ কৰিবলৈ বাধ্য কৰাব নোৱাৰে।

“আমাৰ গণতন্ত্ৰ বিপদত। কেবৰ জৰিয়তে সংঘ পৰিবাৰে সংসদত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ সুযোগ লৈ ভাৰত গণতন্ত্ৰ আৰু সংবিধানৰ আধাৰটো ধ্বংস কৰিব খুজিছে। ই হ’ল ধৰ্মনিৰপেক্ষতা প্ৰত্যাখ্যান। বিজেপিয়ে এইটো স্পষ্ট কৰি দিলে যে তেওঁলোকৰ মূল ৰাজনৈতিক উদ্দেশ্য হ’ল সাম্প্ৰদায়িকতা। আমি ইয়াক বাধা দিবই লাগিব”, এটা টুইটত বিজয়নৰ মত।

অমৰিন্দৰ সিঙে “কেব”ক ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ ওপৰত স্পষ্ট আঘাত বুলি মন্তব্য কৰিছে। তেওঁৰ চৰকাৰে এইখন পাঞ্জাবত প্ৰয়োগ হ’বলৈ নিদিয়ে বুলি দৃঢ়তাৰে কয়।

Any legislation that seeks to divide people on religious lines is illegal, unethical & unconstitutional. India's strength lies in its diversity and #CABBill2019 violates the basic principle of the constitution. Hence my govt will not allow the bill to be implemented in Punjab.

— Capt.Amarinder Singh (@capt_amarinder) December 12, 2019

১২ ডিচেম্বৰত তেওঁৰ এটা টুইট দেখা গৈছে, যিটোত কৈছে, “ধৰ্মৰ ভিত্তিত মানুহক ভাগ কৰিব খোজা যিকোনো আইনেই অবৈধ, অনৈতিক আৰু অসাংবিধানিক। ভাৰতৰ শক্তি নিহিত আছে বৈচিত্ৰ্যৰ মাজত আৰু “কেব”খনে সংবিধানৰ বুনিয়াদী নীতি উলংঘা কৰিছে। গতিকে মোৰ চৰকাৰে বিধেয়কখন পাঞ্জাবত কাৰ্য্যকৰী হ’বলৈ নিদিয়ে”।

তেওঁৰ চৰকাৰে এইখনৰ প্ৰয়োগত বাধা দিব বুলি সংবাদ মাধ্যমক জানিবলৈ দি কয়, এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব হ’ল সংবিধানত থকা মূল্যৱান মূল্যবোধবোৰক প্ৰোৎসাহিত কৰা, ধ্বংস কৰাটো নহয়।

গুৱাহাটী

গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd