DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

GST ফাঁকি দি কোটি কোটি টকা লুন্ঠন চলোৱাৰ অভিযোগত যোগীঘোপাৰ তিনি কয়লা ব্যৱসায়ী আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2023 9:25 pm
63
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি কেলেংকাৰীৰ শূন্য সহনশীলতাৰ ঘোষণা বাৰম্বাৰ অসাৰত পৰিণত হৈছে যে এয়া ধুৰূপ।

মুলতঃ বিত্ত বিভাগটো যে মূৰৰ পৰা গেলিছে সেয়া অৱশেষত এই ঘটনাই প্ৰতীয়মান কৰিলে। চৰকাৰী বিত্ত বিভাগৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত খোদ চৰকাৰী মন্ত্ৰী বিধায়ক জড়িত নাথাকিলে GST সংগ্ৰহৰ ক্ষেত্ৰত কয়লা ব্যৱসায়ীয়ে কেনেকৈ ফাঁকি দিয়ে এয়া এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে।

বঙাইগাঁও জিলাৰ যোগীঘোপাত এক কৰ সংগ্ৰহৰ বিয়াগোম চৰকাৰী কাৰ্য্যালয় থকাৰ পিছতো যোগীঘোপা কয়লা বজাৰত GST ফাঁকি দি মেঘালয় ৰাজ্যৰ পৰা বঙাইগাঁও আৰু ধুবুৰী জিলাৰ মাজেৰে বহিঃ ৰাজ্যত নিতৌ শ শ ট্ৰাক আৰু ৰে’লেৰে এই কয়লা সৰবৰাহ হৈ আছে।

পিছে আজি যোগীঘোপা আৰক্ষীয়ে বিশেষ তথ্যৰ ভিত্তিত GST ফাঁকি দি কয়লা ব্যৱসায় কৰা তিনিজন ব্যৱসায়ীক ছয়খন কয়লা ভৰ্ত্তি ট্ৰাক সহ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যৱসায়ী কেইজন খুশী মোহন চিদদা, আলেকজেণ্ডাৰ ৰহমান আৰু মেহতাব হুছেইন ওৰফে জোন বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

জব্দ হোৱা ট্ৰাক ছয়খন ক্ৰমে AS-01GC-2950, WB 59B-5062, NL-11-1765, AS-01 LC-0268, AS 17B-1771, AS-01GC-7808 নম্বৰৰ । ইতিমধ্যে আৰক্ষীয়ে ৯৬/২০২৩ নং গোচৰত 120(B),420,468,471 নং ভাৰতীয় দণ্ড বিধি আইনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে যোগীঘোপা কয়লা ব্যৱসায়ত একাংশই দীৰ্ঘদিন ধৰি ভুৱা GST ৰ চালানৰ দেখুৱাই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এতিয়া আৰক্ষীৰ এই তদন্তই পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া সময়ত হে বুজা যাব।

Recent News

আমচাং বনাঞ্চল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আমচাং বনাঞ্চল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শিশুৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা সহজ উপায়বোৰ

শিশুৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা সহজ উপায়বোৰ

এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতিছে চৰকাৰৰ ৰোষত পৰা আলিবাবাৰ প্ৰতিষ্ঠাতা জেক মা

এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতিছে চৰকাৰৰ ৰোষত পৰা আলিবাবাৰ প্ৰতিষ্ঠাতা জেক মা

চৰকাৰৰ দৰ্প চূৰ্ণ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গঁড়, কাটি নিলে খৰ্গ

চৰকাৰৰ দৰ্প চূৰ্ণ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গঁড়, কাটি নিলে খৰ্গ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd