• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বালিপৰাত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ

মনিমালা বৰা by মনিমালা বৰা
November 4, 2018 6:52 am
IMG-20181103-WA0042
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  পঞ্চবিংশতিতম কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহখনি আজিৰে পৰা ৬ নৱেম্বৰৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বালিপৰাত সংঘৰ তেজপুৰ জিলা  শাখাৰ ব্যৱস্থাপনাত আৰু চাৰিদুৱাৰ আঞ্চলিক শাখাৰ  সহযোগত অনুষ্ঠিত হ’ব।

বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ আই পদ্মপ্ৰিয়া ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া তথা প্ৰস্তুতি সম্পূৰ্ণ হোৱা অধিৱেশনখনৰ কাৰ্যক্ৰমণিকা অনুসৰি, প্ৰথম দিনা অৰ্থাৎ ৪ নৱেম্বৰৰ পুৱা ৫:০০ বজাত প্ৰাতঃপ্ৰসংগ, ৬:০০ বজাত জিলা সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কাৰ্যসূচী , ৭:৩০ বজাত বৃক্ষৰোপণ,  ৮:৩০ বজাত নাম প্ৰসংগ, ৯:৩০ বজাত চিকিৎসা শিবিৰ উন্মোচন , ১০:১৫ বজাৰপৰা ক্ৰমে মূল তোৰণ উন্মোচন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন  হ’ব ।

Apply Now

আনহাতে, ১১:০০ বজাত মূল মঞ্চ উদ্বোধন কৰিব জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাই । একেদৰে,  ১১:১৫ বজাৰপৰা সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উন্মোচনী আৰু প্ৰতিযোগিতা উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীও উপস্থিত থাকিব।

উক্ত অনুষ্ঠানতেই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অশোক   কুমাৰ বৰাই। সমান্তৰালভাৱে দিনৰ ১২:০০ বজাত সাহিত্য শাখাৰ মঞ্চ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে। দিনৰ ১:৩০ বজাত সংস্কৃতি শাখাৰ দ্বাৰ উন্মোচন কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

বিয়লি ৩:০০ বজাৰপৰা সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় সেৱাবাহিনীৰ সাধাৰণ পৰিষদৰ সভাখন শ্ৰীমন্ত  শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই শুভ উদ্বোধন কৰিব। সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক সন্দিকৈ উপস্থিত থাকিব। অনুষ্ঠানত “ডেকাগিৰি” উন্মোচন কৰিব  সংঘৰ  যুটীয়া সম্পাদক ভৱকান্ত ডেকাই।

তদুপৰি, সন্ধিয়া ৫:০০ বজাৰপৰা অনুষ্ঠিতব্য দিহানাম প্ৰতিযোগিতাৰ উদ্বোধন কৰিব ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহালে। অনুষ্ঠানৰ আটাইকেইটা দিনতেই ৰাজ্যৰ  লগতে জিলা, অঞ্চলটোৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ, সহায়-সহযোগিতা আদৰণি সমিতিয়ে কামনা কৰিছে।

মনিমালা বৰা

মনিমালা বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd