• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চইফৰ বেডৰুমত সোমাই আক্ৰমণ, জড়িত গৃহকৰ্মী? ৩ জনক গ্ৰেপ্তাৰ, তদন্ত চলিছে আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2025 1:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে পুৱা বলীউডৰ অভিনেতা চইফ আলী খানক মুম্বাইৰ বাসগৃহত দুৰ্বৃত্তই ছয়বাৰকৈ ছুৰীৰে আঘাত কৰে। বৰ্তমান তেওঁ লীলাৱতী হাস্পাতালত চিকিৎসাধীন হৈ আছে। অভিনেতাজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে মুম্বাই আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ জেৰা অব্যাহত আছে। আৰক্ষীয়ে এতিয়া বিভিন্ন কোণৰ পৰা তদন্ত অব্যাহত ৰাখিছে।

Apply Now

আৰক্ষীৰ প্ৰাৰম্ভিক সূত্ৰ অনুসৰি পৰিচালিকাক লগ পোৱাৰ উদ্দেশ্যেৰে আক্ৰমণকাৰীয়ে চইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। অভিযোগ অনুসৰি তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক চলিছিল। ইয়াৰ পিছতে আক্ৰমণকাৰীয়ে পৰিচালিকাগৰাকীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। এই সময়ত চইফ আলী খান ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে অভিযুক্তই ছুৰীৰে আক্ৰমণ কৰে।

১২ নং মহলাত চইফ আলী খানৰ কোঠা। অভিনেতাজনৰ ভৱনটোৰ পিছফালৰ পৰা এটা প্ৰৱেশদ্বাৰ আছে, য’ত এজন চকীদাৰ থিয় হৈ থাকে। এই প্ৰৱেশদ্বাৰৰ নিৰাপত্তাৰক্ষীৰ দেৱালখন মাত্ৰ ৬ ফুট ওখ, যাৰ ওপৰেৰে সহজে জপিয়াই প্ৰৱেশ কৰিব পাৰি। আৰক্ষীৰ তদন্তত দেখা গ’ল যে এই প্ৰৱেশদ্বাৰ নিৰাপত্তাৰ বাবে পৰ্যাপ্ত নহয়, যাৰ বাবে আক্ৰমণত এক ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে।

তদন্তৰ তথ্য অনুসৰি আক্ৰমণকাৰীয়ে প্ৰথমে গৃহকৰ্মীৰ কোঠাত প্ৰৱেশ কৰে। ইয়াৰ পিছত ল’ৰা-ছোৱালীবোৰ কোঠালৈ যায়। মহিলা গৃহকৰ্মীয়ে  শব্দ শুনি তালৈ গৈ অচিনাকি মানুহজনক দেখি চিঞৰি উঠে। তাৰ পিছত আক্ৰমণকাৰীয়ে মহিলা গৃহকৰ্মীগৰাকীক আক্ৰমণ কৰে। আত্মৰক্ষাৰ বাবে চইফ আলী খানকো আক্ৰমণ কৰে। সম্প্ৰতি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ঘটনাৰ পিছত বান্দ্ৰাৰ সতগুৰু শৰণ ছ’চাইটিৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। পৰিয়ালৰ সৈতে ১২ নং মহলাত থাকে চইফ আলী খান। অট্টালিকাটোত প্ৰৱেশ কৰিবলৈ হ’লে কেইবাটাও নিৰাপত্তা চেকপইণ্ট পাৰ হ’ব লাগে। চিচিটিভিৰ নিৰীক্ষণ আৰু নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ পিছতো আক্ৰমণকাৰীক ৰখাব পৰা নগ’ল। আনকি ছুৰীৰে আক্ৰমণৰ পিছতো তেওঁ  পলায়ন কৰিবলৈ সক্ষম হয়। এই নিৰাপত্তাজনিত ত্ৰুটিসমূহৰ তদন্ত চলি আছে। সমগ্ৰ বিষয়টো আৰক্ষীয়ে বিতংভাৱে পৰীক্ষা কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd