• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিজন অৰ্থনীতিবিদলৈ ২০২৪ চনৰ অৰ্থনীতিৰ নোবেল বঁটা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 14, 2024 8:30 pm
902
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ঘোষণা কৰা হৈছে ২০২৪ বৰ্ষৰ বিভিন্ন বিষয়ৰ নোবেল বঁটা। সোমবাৰে ঘোষণা কৰা হৈছে অৰ্থনীতিৰ নোবেল বঁটা।

২০২৪ বৰ্ষৰ এই বঁটা লাভ কৰিছে তিনিজন অৰ্থনীতিবিদে। অৰ্থনীতিবিদ ডাৰন এচেমোগ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছনে ২০২৪ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছে।

ইয়াৰ ভিতৰত ডাৰন এচেমোগ্লু তুৰস্কৰ ইস্তানবুলৰ। ১৯৯৩ চনৰ পৰা তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ অধ্যাপক হিচাপে কাম কৰি আহিছে।

ব্ৰিটেইনৰ শ্বেফিল্ডৰ বাসিন্দা ছাইমন জনছনে একেটা প্ৰতিষ্ঠানতে শিক্ষকতা কৰিছিল।

আনহাতে ব্ৰিটিছ অৰ্থনীতিবিদ জেমছ এ. ৰবিনছনে বৰ্তমান চিকাগো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।

সোমবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই তিনিটা নাম ঘোষণা কৰে।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সৰ নোবেল কমিটীয়ে তেওঁলোকৰ গৱেষণাৰ বিষয়ে অতি সুন্দৰভাৱে ব্যাখ্যা কৰিছে, “তিনিও অৰ্থনীতিবিদে এখন দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰত সামাজিক প্ৰতিষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। যিবোৰ সমাজত আইনৰ শাসন দুৰ্বল আৰু জনসাধাৰণক শোষণ কৰা প্ৰতিষ্ঠান আছে সেইবোৰ সমাজ সমৃদ্ধিশালী হ’ব নোৱাৰে।”

মন কৰিব যে ১৮৯৫ চনত আলফ্ৰেড নোবেলে লিখা শেষ উইলত তেওঁ পাঁচটা শাখাত নোবেল বঁটা প্ৰদানৰ বাবে ধন এৰি থৈ গৈছিল। তেওঁ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান বা শৰীৰ বিজ্ঞান, সাহিত্য আৰু শান্তি শাখাত এই বঁটা প্ৰদান কৰিব বিচাৰিছিল। কিন্তু ১৯৬৮ চনত ছুইডেনৰ কেন্দ্ৰীয় বেংকে অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰে। চলিত বৰ্ষৰ ১০ ডিচেম্বৰত আলফ্ৰেড নোবেলৰ মৃত্যুৰ বাৰ্ষিকীত বাকী নোবেল বিজয়ীসকলৰ লগতে অৰ্থনীতিবিদসকলকো এই বঁটা প্ৰদান কৰা হ’ব।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd