DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিত একেলগে যোগদান তিনিশ নিবনুৱাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 27, 2019 7:15 pm
a419aede-876f-4928-8211-94738835f6c2

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শনিবাৰে নিবনুৱা সন্থাৰ সভাপতিকে ধৰি তিনিশ সদস্যৰ বিজেপিত যোগদান। ফটো : নৰ্থইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি নীলমণি হাজৰিকাৰ লগতে ৩০০ সদস্যই আজি বিজেপিত যোগদান কৰে। তদুপৰি, অনুপমা দেৱী, (অধিবক্তা, উচ্চ ন্যায়ালয়) আৰু প্ৰদীপ কুমাৰ ডেকায়ো(ডিব্ৰুগড়ৰ অভিযন্তা) আজি গেৰুৱা দলটোত যোগদান কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এক আনুষ্ঠানিক যোগদান কাৰ্যসূচীত উক্ত লোকসকলে দলটোত যোগদান কৰে।

উল্লেখ্য যে, নীলমণি হাজৰিকাই কিছুদিন পূৰ্বে তেওঁৰ সন্থাৰ অন্য সদস্যসকলৰ সৈতে দিচপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কখন দাহ কৰিছিল। কিন্তু তাৰ কেইদিনমান পাছতেই বিজেপিত যোগদান কৰা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আজি দলটোত যোগদান কৰা যুৱকসকলৰ বেছিভাগৰে বয়স ১৮ ৰপৰা ২৫ বছৰৰ ভিতৰত।

ইপিনে, আজি যোগদান কাৰ্যসূচীৰ পূৰ্বে মুখ্য মন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিয়ে। হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সভাপতি ৰঞ্জিত দাসে দলৰ হৈ কৃতজ্ঞতা জনায়।

মুখ্য মন্ত্ৰী সোণোৱালে অনুষ্ঠানত ভাষণ দি কয়, ‘’সাংবাদিকক ধন্যবাদ জনাবৰ বাবে মাইকটো হাতত তুলি লৈছো। প্ৰতিটো পৰ্যায়ৰ সতীৰ্থ কৰ্মীৰ সহযোগত বৰাক- ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে ৰাইজৰ কাষলৈ গৈ আশীষ লৈছিলো। সাংবাদিকসকলেও প্ৰখৰ ৰ’দকো নেওচি বহু কষ্ট কৰিলে। অতি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। ৰাইজে অত্যন্ত উৎসাহ উদ্দীপনাৰে ভোটদান কৰিছে। সাংবাদিকেও বিশেষ ভূমিকা লৈ ৰাইজৰ মাজলৈ বাৰ্তা কঢ়িয়াই নিছিল।‘’

তেওঁ লগতে কয়, ‘’মিলা প্ৰীতিৰে কাম কৰিলে বহু কাম কৰিব পাৰি। ইকৰাৰ সাধু কথা মৰ্মে মৰ্মে উপলব্ধি কৰো।‘’

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd