• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-অৰুণাচল সীমান্তত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘেৰিটা , September 17, 2019 6:56 pm

1 min read

অসম-অৰুণাচল সীমান্তত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক
1.9k
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত ব্যাপক হাৰত চলি থকা ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে।

চলিত বৰ্ষত অৰুণাচল আৰক্ষীয়ে কেইবাগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ পাছত পুনৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত তিনিগৰাকী যুৱকক আটক কৰে।

প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলি জিলাৰ ৰয়িং আৰক্ষীয়ে মেকা গাঁৱৰ পৰা মিডিং পাচিং নামৰ ড্ৰাগছ ব্যৱসায়ীগৰাকীক যোৱা শনিবাৰে আটক কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই শদিয়াৰ শান্তিপুৰ অঞ্চলৰ পৰা বিজু মেগা আৰু আনৌ ৰিমেই নামৰ যুৱক দুজনক যোৱা সোমবাৰে আটক কৰিবলৈ সক্ষম হয়।

মেকা গাঁৱৰ মিডিং পাচিঙৰ ঘৰৰ পৰা ৭০ গ্ৰাম আৰু অন্য দুজনৰ পৰা ৩০ গ্ৰাম ড্ৰাগছ জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

আৰক্ষীয়ে জনোৱা মতে ধৃত যুৱককেইজনে ৰয়িং নগৰৰ লগতে তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd