• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অস্কাৰৰ বিচাৰকৰূপে আমন্ত্ৰিত হৈছে তিনি প্ৰাক্তন জামিয়া ইছলিমায়ৰ শিক্ষাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2020 5:26 pm
safe_image.php
1.1k
VIEWS
Share on FacebookShare on Twitter

জাতি, লিংগ, নৃগোষ্ঠীয় অন্তভুৰ্ক্তি ও বৈচিত্ৰপূৰ্ণ প্ৰতিনিধিত্বৰ বাবে একাডেমি অৱ মোচন পিকচাৰ আৰ্ট এণ্ড চাইন্স(AMPAS)এ বিশ্বৰ ৬৮ দেশৰ ৮০০ গৰাকী ফিল্ম প্ৰেফেছনেল আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে, একাডেমিৰ বাৰ্ষিক বঁটা সমগ্ৰ বিশ্বতে ‘অস্কাৰ এৱাৰ্ড’ৰূপে পৰিচিত।

এইবাৰ বিশ্ব ৮০০ গৰাকীৰ সৈতে ভাৰতৰ তিনিগৰাকী তথ্যচিত্ৰ নিৰ্মাতা ফিল্ম প্ৰফেচনেলকো বিচাৰক হিচাপে নিমন্ত্ৰণ জনাইছে AMPASএ।

তেওঁলোক হৈছে জামিয়া ইছলামিয়াৰ প্ৰাক্তন তিনি শিক্ষাৰ্থী নিষ্ঠা জৈন, চিৰ্লী আব্ৰাহম আৰু অমিত মাধেছীয়া।

উল্লেখ্য যে, নিষ্ঠাই ইতিমধ্যে চিটি অৱ ফ’টো(২০০৪), লক্ষ্মী এণ্ড মি(২০০৭), এট মাই দুৰষ্টেপ(২০০৯), ফেমেলি এলবাম(২০১১) আৰু গোলাপ গেং(২০১২) আদি ছবি নিৰ্মাণ কৰি উলিয়াইছে।

ইয়াৰে শেষৰখন ছবিয়ে সামাজিক সমস্যাকেন্দ্ৰিক ছবিৰ শিতানত ২০১৪ চনত নেচশ্যনল এৱাৰ্ডো লাভ কৰিছে।

ইফালে চিৰ্লী আৰু অমিতে আন্তজাৰ্তিকভাৱে প্ৰসংশিত বহুকেইটা প্ৰকল্পত কাম কৰিব।

তেওঁলোকৰ দ্বাৰা নিৰ্মিত চিনেমা ট্ৰেভেলাৰ্ছ নামৰ তথ্যচিত্ৰখনে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ অফিচেয়ল চিলেকশ্যন হিচাপে প্ৰিমিয়াৰ শ্ব’ লাভ কৰিছিল। এই ছবিখেন ১৯ টাকৈ পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে।

তিনিও গৰাকী ফিল্ম প্ৰেফেছনেলে অস্কাৰৰ বিচাৰকৰূপে ভাৰতক প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিছে।

উল্লেখ্য যে, ভাৰতৰ পৰা অস্কাৰৰ এই সন্মান লাভ কৰা প্ৰথমকেইগৰাকী ফিল্ম প্ৰেফেছনেল হিচাপে তেওঁলোকে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd