• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী মেট্ৰ’ৰ আৱাসিক কলনিত অগ্নিকাণ্ড; একেটা পৰিয়ালৰ ৩ জন সদস্যৰ মৰ্মান্তিক মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 2:44 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ ষ্টাফ কোৱাৰ্টাৰত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। মঙলবাৰে পুৱা ৰাজধানী আদৰ্শ নগৰ অঞ্চলৰ কোৱাৰ্টাৰৰ এটা ফ্লেটত অগ্নিকাণ্ড সংঘটিত হয়। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী থানাৰ ছখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।

অৱশ্যে হাউছিং কমপ্লেক্সৰ পঞ্চম মহলাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে জুই নিয়ন্ত্ৰণ কৰিবলৈ উদ্ধাৰকাৰীয়ে বহু কষ্ট কৰিবলগীয়া হয়। বহু চেষ্টাৰ অন্তত অৱশেষত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Apply Now

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিহতসকলৰ ভিতৰত আছে স্বামী, পত্নী আৰু তেওঁলোকৰ কন্যা। তেওঁলোকৰ নাম ক্ৰমে অজয় ​​(৪২), নীলম (৩৮) আৰু ১০ বছৰীয়া কন্যা জাহ্নৱী। টোপনি থকা সময়তে অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সুযোগ নোপোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। জুই নিৰ্বাপিত হোৱাৰ পিছত অতি কৰুণ অৱস্থাত তিনিওজনকে উদ্ধাৰ কৰা হয়। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে যদিও ক’ৰবাত পকেট ফায়াৰ ৰৈছে নেকি তাৰ তদন্ত চলি আছে। কেনেদৰে অগ্নিকাণ্ড সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

প্ৰাৰম্ভিক তদন্তত অনুমান কৰা গৈছে যে শ্বৰ্ট চাৰ্কিটৰ বাবে ফ্লেটটোত জুইৰ সূত্ৰপাত হ’ব পাৰে। ইতিমধ্যে ফৰেনছিক দলে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে। একে সময়তে বাসগৃহবোৰৰ অগ্নিনিৰ্বাপক ব্যৱস্থাৰ পৰিস্থিতি চালজাৰি চোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am
অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

অসমৰ প্ৰবীণ চিকিৎসক ড° দেৱী চৰণ চৌধুৰীৰ দেহাৱসান

August 5, 2026 11:22 am
কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

August 5, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd