• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ মেওত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ ৩ নগা উগ্ৰপন্থী আটক

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
September 7, 2020 6:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ মেও অঞ্চলত অব্যাহত থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশস্বৰূপে সেনা-আৰক্ষীৰ জালত পৰিছে তিনিজনকৈ দুধৰ্ষ উগ্ৰপন্থী সদস্য।

সেনা আৰু আৰক্ষীৰ যুটীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিগত ৪ চেপ্তেম্বৰ তাৰিখে সেনা বাহিনী, চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীয়ে এমপেন গাঁৱৰ পৰা ৱাংমণ খিমণ (২৭) নামৰ এজন নগা উগ্ৰপন্থী সদস্যক আটক কৰাৰ পাছত যোৱা দেওবাৰে পুনৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেও আৰক্ষী থানাৰ অন্তৰ্গত এমপেনত ১৪ নং ৰাজপুত ৰেজিমেণ্ট, ১৭১ নং চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই পুনৰ দুজন উগ্ৰপন্থী সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।

Apply Now

ধৃত উগ্ৰপন্থী কেইজন এন এচ চি এন (কে)ৰ সদস্য বুলি জানিব পৰা গৈছে। সদস্য কেইজনৰ নাম ৰঞ্জন চাকমা আৰু কমল চাকমা।

উল্লেখ যোগ্য যে, অসম আৰু অৰুণাচল প্ৰদেশত কূটাঘাতৰ লক্ষ্যৰে ম্যানমাৰৰ পৰা উগ্ৰপন্থীৰ এটা দল আহি থকা বুলি লাভ কৰা খবৰৰ ভিত্তিত চি আৰ পি এফ, সেনা আৰু অৰুণাচল আৰক্ষীয়ে এই আটাইকেইজন উগ্ৰপন্থী সদস্যক বিচাৰি প্ৰায় ৬ দিন ধৰি অভিযান চলাই অৱশেষত বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ইপিনে, এই উগ্ৰপন্থী সদস্য কেইজনে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ মেও অঞ্চলত এন এচ চি এন (কে)ৰ নামত বিভিন্ন সময়ত ধন দাবী কৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

সদস্য কেইজনৰ পৰা আটক কৰাৰ সময়ত এটা এম ২২ পিস্তল, ৯টা মেগজিন, ২৩৯ জাঁই সজীৱ গুলি, এটা চাইনীজ গ্ৰেণেড, এটা ৱাৰলেছ ছেট, এটা ৱাৰলেছ ছাৰ্জাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, ধৃত উগ্ৰপন্থী সদস্য কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৮৪/৩৪ আই পি চি ধাৰা, আৰ ডব্লিউ চেকছন ২৫(১-এ)/২৭ এক্ট আৰু ইউ পি এ এক্ট ১০/১৩ ৰ অধীনত মেও থানাত ১৩/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি সেনাই তদন্ত অব্যাহত ৰাখিছে।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd