DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে গোচৰ ৰুজু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 28, 2021 8:04 pm
dog

*

214
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰ সদৰ থানাত বীৰ লাচিত সেনা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ সন্মিলনীয়ে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে পথ নিৰ্মাণৰ দুমাহৰ পিছতেই চিৰা চিৰে ফটাৰ দৃশ্য ইতিমধ্যে আমি আগৰ প্ৰতিবেদনত প্ৰকাশ কৰিছিলো। পথটো এতিয়া একাঠু পানীৰ তলত। পথটোৰ ওপৰত থকা দলঙৰ দুয়োটা মূৰ খহি যোৱাৰ লগতে চিৰা চিৰে ফাটিছে পেভাৰ ব্লক পথটো।

দুদিনপূৰ্বে নৰ্থইষ্ট নাওৰ এক প্ৰতিবেদনত শিৱসাগৰ জিলাৰ পানবেচাৰ চেনীমৰাৰ পৰা অফলা সংযোগী প্ৰায় ১.৮৪ কিলোমিটাৰ পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সবিস্তাৰে বাতৰি প্ৰচাৰ কৰা হৈছিল।

অতি নিম্নমানৰ কাম কৰা ঠিকাদাৰ বি কে মজিকা, সেই সময়ৰ কাৰ্যবাহী অভিযন্তা মহেন্দ্ৰ শইকীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা সীমান্ত তামুলী আৰু কনিষ্ঠ অভিযন্তা ৰচিদ আলিৰ বিৰুদ্ধে আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে তিনি জাতীয় সংগঠনে।

তিনি সংগঠনৰ এজাহাৰ দাখিলৰ পিছত মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd