DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ক’ৰ’না আক্ৰান্ত পাকিস্তানৰ তিনিগৰাকী ক্ৰিকেটাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 10:53 pm
পাকিস্তানী ক্ৰিকেটাৰ তিনিগৰাকী

পাকিস্তানী ক্ৰিকেটাৰ তিনিগৰাকী

1.9k
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ সৈতে চলিত মাহত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ পূৰ্বে উক্ত শৃংখলাৰ বাবে নিৰ্বাচিত হোৱা পাকিস্তানৰ ২৯ জনীয়া ক্ৰিকেট দলৰ তিনিগৰাকী সদস্য ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ক’ৰ’না আক্ৰান্ত হোৱা পাকিস্তানী ক্ৰিকেটাৰ তিনিগৰাকী হৈছে ক্ৰমে- বেগী বলাৰ হাৰিছ ৰৌফ, অলৰাউণ্ডাৰ শ্বাহদাব খান আৰু বেটছমেন হাইদৰ আলী।

ক’ৰ’না আক্ৰান্ত হোৱা তিনিওগৰাকী ক্ৰিকেটাৰকে বৰ্তমান সময়ত আইছোলেশ্যনত ৰখা হৈছে।

পাকিস্তান ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি ক’ৰ’না আক্ৰান্ত হোৱা ক্ৰিকেটাৰ সকলে পৰীক্ষাৰ অন্তত ক’ৰ’না নিগেটিভ হোৱাৰ পাছতহে দলৰ সৈতে যোগদান কৰিব পাৰিব।

পাকিস্তান ক্ৰিকেট দলৰ তিনিগৰাকী খেলুৱৈ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে প্ৰস্তাৱিত ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট শৃংখলাক লৈ প্ৰশ্নৰ উদয় হৈছে।

উল্লেখযোগ্য যে, ২১ জুনত বাংলাদেশ ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ মোশ্ৰাফী মোৰটাজাও ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমান সময়ত বিশ্বত ক্ৰিকেটৰ লগতে অন্যান্য ক্ৰীড়া প্ৰতিযোগিতা সমূহ প্ৰায় বাতিল হৈছে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd