• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধৰ ভয়াৱহ প্ৰভাৱ! আমেৰিকাত অজ্ঞাত বন্দুকধাৰীৰ গুলীত আহত ৩ পেলেষ্টাইনী শিক্ষাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2023 12:37 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ উত্তৰ-পূবৰ ভাৰম’ণ্ট প্ৰদেশৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপত তিনিজন পেলেষ্টাইনী শিক্ষাৰ্থীৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গুলীচালনাত তেওঁলোক আহত হয়। স্থানীয় সময় অনুসৰি শনিবাৰে সংঘটিত হয় এই আক্ৰমণ।

ইপিনে, শিক্ষাৰ্থীকেইজনৰ পৰিয়ালৰ লোকে এই আক্ৰমণক ঘৃণাজনিত অপৰাধ হিচাপে তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।

লগতে পঢ়কঃ অকাল বৰষুণৰ ফলত গুজৰাটত বিপৰ্যয়; বজ্ৰপাতৰ ফলত এদিনতে কমেও ২০ জন লোকৰ মৃত্যু

Apply Now

বাৰ্লিংটন আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, ইউনিভাৰ্চিটি অৱ ভাৰম’ণ্ট কেম্পাছৰ সমীপত এজন লোকে হিছাম আৱাৰ্তনী, তাহচিন আহমেদ আৰু কীনান আব্দাল হামিদক গুলীয়াই আহত কৰে। কিহৰ বাবে এই আক্ৰমণ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, এই আক্ৰমণৰ সময়ত শিক্ষাৰ্থীকেইজনে পৰম্পৰাগত কেফীহ স্কাৰ্ফ পিন্ধি আছিল আৰু আৰবী ভাষাত কথা কৈছিল। আৰক্ষীয়ে সন্দেহজনক লোকজনৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰিছে।

লগতে পঢ়কঃ IPL-2024: বিৰাট নাটক! শেষ মহূৰ্তত মুম্বাইয়ে কাঢ়ি লৈ গ’ল হাৰ্দিকক; গুজৰাটৰ নতুন অধিনায়ক গীল?

বাতৰি অনুসৰি, আক্ৰমণৰ পিছতে দুৰ্বৃত্তই খোজকাঢ়ি পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে। বাৰ্লিংটন আৰক্ষী অধীক্ষক জন মুৰাই কয় যে এই আক্ৰমণত আহত ছাত্ৰ দুজনৰ অৱস্থা সুস্থিৰ। অৱশ্যে আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd