• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন লোক

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
চামগুৰি , September 2, 2018 1:16 pm

1 min read

accident

দুৰ্ঘটনাগ্ৰস্ত টেম্পুখন। ফটো : নৰ্থইষ্ট নাও

82
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা চামগুৰি আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ আঁতৰত আজি পুৱা প্ৰায় ৬-৩০ বজাত চামগুৰি গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী টেম্পুক ডাম্পাৰ এখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ইয়াৰ ফলত টেম্পু চালকসহ তিনি যাত্ৰী গুৰুতৰভাৱে আঁহত হয় ।

জানিব পৰা মতে চামগুৰি পৰা নগাঁও অভিমুখে গৈ থকা এ এছ ০২ বি চি ২৯১৪ নম্বৰৰ টেম্পুখন চামগুৰি আই বিৰ সন্মুখত একে দিশৰ কলিয়াবৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন ডাম্পাৰ গাড়ীয়ে টেম্পুখনক  খুন্দা মাৰি দ খাৱৈত পেলাই পলায়ন কৰে।

দুৰ্ঘটনাটোৰ ফলত টেম্পুখনৰ চালক দীপাংকৰ বৰা, যাত্ৰী ক্ৰমে চামগুৰিৰ নিবাসী কুলচুম বানু  (৫৫) আৰু গটংগাৰ নিবাসী ৰুহিত দাস চন্দ্ৰ বৰ্মন  (৪৩) গুৰুতৰভাৱে আঁহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd