DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুধনৈত সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক গ্ৰেপ্তাৰ: উদ্ধাৰ .৩২ পিষ্টল

নীলমনি শর্মা by নীলমনি শর্মা
March 10, 2021 9:44 am
Screenshot_2021-03-10-00-41-03-854_com.mxtech.videoplayer.ad

আৰক্ষীৰ জিম্মাত ডকাইতি কাণ্ডৰে জড়িত লোকেইজন। ফটো: নৰ্থইষ্ট নাও।

155
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ দুধনৈত সংঘটিত হোৱা এক  চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ধৃত লোককেইজন হ’ল ক্ৰমে- অভিজিত বসুমতাৰী, জন্মেজয় বসুমতাৰী আৰু ত্ৰুটি বসুমতাৰী। তিনিও জনৰ পৰা এটা .৩২ পিষ্টল উদ্ধাৰ কৰা হয়।

এই ডকাইতি কাণ্ড সম্পর্কত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে ২০২০ৰ নৱেম্বৰত দুধনৈৰ ডামৰা ৰোডত থকা “ইনষ্টাকাৰ্ট চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ (ফ্লিপকাৰ্টৰ) ডেলিভাৰী কেন্দ্ৰত নিশাৰ ভাগত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

নিশা ডকাইতৰ এটা দলে অস্ত্ৰ দেখুৱাই কেন্দ্ৰটোৰ পৰা লুট কৰি নিছিল প্ৰায় বাৰ লক্ষাধিক টকা ৷

এই ঘটনাত দুধনৈ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰটোৰ চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতীৰ লগতে ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে অভিযান চলাই  দুখন স্কুটি আৰু এখন গ্লেমাৰ বাইকৰ লগতে নগদ ৪২ হেজাৰ টকা সহ সুনীল বড়ো, অৰূপ দৈমাৰী আৰু  কমল খাখলাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

উক্ত ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনি গৰাকী ডকাইত ক্ৰমে দুধনৈ থানাৰ অন্তৰ্গত বগুলামাৰী গাওঁৰ অভিজিত বসুমতাৰী, ত্ৰুটি বসুমতাৰী আৰু বান্দৰ্শী গাওঁৰ জন্মেজয় বসুমতাৰীয়ে দীৰ্ঘদিন পলাই আছিল যদিও অৱশেষত তিনিওজন সোমবাৰে নিশা আৰক্ষীৰ জালত পৰে।

আৰক্ষীয়ে এতিয়ালৈ এই ঘটনাত জড়িত মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিছে।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd