DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত শিৱসাগৰৰ তিনি ছাত্ৰৰ সাফল্য

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 22, 2019 7:12 am
IMG-20190621-WA0010

নতুন দিল্লীত সাফল্য অৰ্জন কৰা শিৱসাগৰৰ তিনি ছাত্ৰ।

689
VIEWS
Share on FacebookShare on Twitter
দিল্লীৰ তালকৈটৰাত ১৭ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত শিৱসাগৰৰ তিনি ছাত্ৰই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
শিৱসাগৰ অ’এনজিচি কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে পাৰ্থ দত্ত,আদিত্য থাপা আৰু ৱাছিদ আহমেদ নামৰ ছাত্ৰ তিনিগৰাকীয়ে সাফল্য অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।
উল্লেখযোগ্য যে, তিনিওগৰাকী ছাত্ৰই শিৱসাগৰৰ চুইমিং চচাইটিৰ তত্বাৱাধানত সাঁতোৰৰ প্ৰশিক্ষণ লৈ আছে । প্ৰতিযোগিতাখনত পাৰ্থ দত্তই দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে আদিত্য থাপাই চাৰিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ৱাছিদ আহমেদে দুটা সোণ আৰু দুটা ৰূপৰ পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
তিনিওগৰাকী ছাত্ৰৰ এই সফলতাত শিৱসাগৰৰ সকলো ক্ৰীড়া প্ৰেমী ৰাইজ উৎফুল্লিত হৈ পৰিছে। আনহাতে, অসমত উপস্থিত হোৱা ছাত্ৰ তিনিগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁলোকে ভবিষ্যতে আৰু অধিক উন্নত প্ৰদৰ্শন দাঙি ধৰি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সপোন পুহি ৰাখিছে বুলি মন্তব্য প্ৰকাশ কৰে।

Recent News

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd