• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টংলা পৌৰসভাৰ নিৰ্মম বগলী হত্যাৰ ঘটনা; কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩ জনক গ্ৰেপ্তাৰ

চাজিদ খান by চাজিদ খান
July 1, 2021 4:22 pm
Tangla Municipal board in cattle egreat killing

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টংলা পৌৰসভাৰ অবিবেচক তথা নিৰ্মম সিদ্ধান্তৰ ফলত প্ৰায় ২৫০ টা বগলীৰ মৃত্যুৰ ঘটনাত টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩জনক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

টংলা বন বিভাগৰ বিট অ’ফিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। ওদালগুৰিৰ ডিএফঅ’ এন কে বৰদলৈয়ে এইকথা নিশ্চিত কৰিছে।

Apply Now

পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শান্তনু কুমাৰ দাসৰ উপৰি আন দুজন হৈছে কনিষ্ঠ অভিযন্তা সদানন্দ চহৰীয়া আৰু কৰ্মচাৰী মিলন চাংমা।

অভিযুক্তকেইজনক ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

টংলা বন সংমণ্ডলৰ পৰা তৰা এক গোচৰৰ ভিত্তিত Section 50/51/9 of Wildlife Protection Act 1972ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে অতিমাৰী কৰ’না’ৰ দোহাই দি যোৱা ২৪ জুনত টংলা পৌৰসভাই শতাধিক বগলী হত্যা কৰাৰ পিছতে সমগ্ৰ ঘটনা নৰ্থ-ইষ্ট নাওত ফাদিল হৈছিল।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক তদন্তৰ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য ২৪ জুনৰ দিনা টংলা পৌৰসভাই ১ নং ওৱাৰ্ড’ৰ লোকজীৎ সুতাৰ’ৰ বাঁহ গছ’ত আশ্ৰয় লৈ থকা প্ৰায় ২৫০টা বগলীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল।

মূল চহৰৰ পৰা কিছু আঁতৰত অৱস্থিত লোকজীৎ সুতাৰ’ৰ ঘৰৰ বাঁহত অন্য বছৰৰ দৰে এইবেলিও শ শ বগলী পোৱালি জগাবলৈ আহিছিল।

লোকজীৎ সুতাৰে জানিব দিছিল যে মাত্ৰ দুমাহ জিৰণি লৈ পোৱালি বোৰ ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ পৰা বগলীবোৰ আঁতৰি যায়।

প্ৰতি বছৰে সিঁহতৰ এই অহা যোৱা কাৰ্য্য চলি থাকে। কিন্তু নিৰ্দয়, হৃদয়হীন এচাম লোকৰ কৱলত পৰি তেওঁ লোকৰ সন্তানৰ লগতে, সিহঁতে পৰিয়ালবোৰ চিৰদিনৰ বাবে হেৰুৱালে।

এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ প্ৰকৃতি প্ৰেমী সকলৰ লগতে বৌদ্ধিক সমাজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। লোকজীৎ সুতাৰৰ ঘৰত বছৰ বছৰ ধৰি বগলী চৰাইবোৰৰ এই কাৰ্য্য অব্যাহত আছে যদিও এইবাৰ হঠাতে কিয় বগলীয়ে পৰিবেশ বিনষ্ট কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হয়।

যোৱা জুন মাহৰ ৮ তাৰিখে চহৰ খনৰ ১ আৰু ২ নং ওৱাৰ্ড’ৰ পাঁচ ঘৰ পৰিয়ালৰ লোকক তেওঁ লোকৰ বাঁহবোৰ কাটিবৰ বাবে টংলা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা নগৰ আৰু গাঁও উন্নয়ন পৰিকল্পনা বিভাগৰ ওদালগুৰি জিলাৰ সহ: সঞ্চালক শান্তনু কুমাৰ দাসে এক জাননী জাৰি কৰিছিল। কিন্তু কাৰ্য্যবাহী বিষয়া গৰাকীৰ এই জাননীৰ ওপৰত ভিত্তি কৰিয়ে পৌৰসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ তথা খালিংদুৱাৰ এম চি এল এ (MCLA) দিলীপ বড়োৰ লিখিত নিৰ্দেশত,পৌৰসভাই এনেদৰে বগলীবোৰ হত্যা কৰিছিল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd