• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবিশ্বাস্য! কেৰালাত চলন্ত ৰে’লত শিশুসহ ৩ জন যাত্ৰীক জীৱন্তে জ্বলাই হত্যা; অগ্নিদগ্ধ আন বহু যাত্ৰী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 3, 2023 10:15 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশা কেৰালাৰ আলাপুঝা-কান্নুৰ এক্সপ্ৰেছত সংঘটিত হয় এক অবিশ্বাস্য ঘটনা। এজন অচিনাক্ত ব্যক্তিয়ে সহযাত্ৰীৰ ওপৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে। এই ঘটনাত এটি শিশুসহ তিনিজন লোকৰ মৃত্যু হয়। এই ঘটনাত আন বহু যাত্ৰী অগ্নিদগ্ধ হয়। ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এনে পৰিস্থিতিত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাকো নুই কৰা নাই চোৰাংচোৱা সূত্ৰই।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ৯:৫০ বজাত উত্তৰ কেৰালাৰ কোঝিকোড ষ্টেচনৰ পৰা আলাপুজা-কান্নুৰ এক্সপ্ৰেছ যাত্ৰা কৰে। ইয়াৰ পিছতে ট্ৰেইনখনৰ ডি ১ কোচত সংঘটিত হয় এই ঘটনা।

পিছত আৰক্ষীয়ে ৰে’লপথৰ কাষৰ পৰা তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে। গাত জুই লগাই দিয়াত আতংকিত হৈ ৰে’লৰ পৰা জপিয়াই দিয়া বুলি অনুমান কৰা হৈছে। জানিব পৰা মতে মৃত তিনিজনৰ ভিতৰত প্ৰাপ্তবয়স্ক দুজনৰ নাম তৌফিক আৰু ৰেহানা।

Apply Now

লগতে পঢ়ক: কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক: ৰাইজৰ দল

ইপিনে, আৰক্ষীয়ে ৰে’ল লাইনৰ কাষৰ পৰা এটা বেগ উদ্ধাৰ কৰে। তাত পেট্ৰ’লৰ বটল এটা আৰু দুটা মোবাইল ফোন আছিল। ইয়াৰ পৰাই আৰক্ষীয়ে সন্দেহ কৰিছে যে সেয়া হয়তো কোনো সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ আছিল।

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কোৰাপুঝা নদীৰ এখন দলঙত ৰে’লখন ৰৈছিল। ইয়াৰ লগে লগে ৩০ বছৰীয়া এজন ব্যক্তিয়ে ৰে’লৰ পৰা জপিয়াই নামি পৰে। তেওঁৰ বাবে বাইক এখন ৰৈ আছিল। তাতেই উঠি তেওঁ পলাই যায়।

আৰক্ষীয়ে ৰে’ল লাইনৰ সমীপৰ এটা ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। সেই ভিডিঅ’টোত আক্ৰমণকাৰীক দেখা গৈছে। এই ভিডিঅ’টো চোৱাৰ পিছত আৰক্ষীয়ে এই ঘটনাটো সুপৰিকল্পিত আক্ৰমণ বুলি ধাৰণা কৰিছে। ইলাথুৰ আৰু কইলাণ্ডি ৰে’ল ষ্টেচনৰ মাজত সংঘটিত হৈছে এই ঘটনা।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত কংগ্ৰেছী বিধায়ক; জাৰি কাৰণ দৰ্শোৱাৰ জাননী

আনহাতে, ঘটনাত আহত এজন লোকে আৰক্ষীক জনোৱা মতে, এজন অচিনাক্ত ব্যক্তিয়ে জ্বলনশীল পদাৰ্থৰ বটল এটা উলিয়াই সহযাত্ৰীসকলৰ ওপৰত স্প্ৰে’ কৰে। তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই মানুহজনে তেওঁলোকৰ গাত জুই লগাই দি পলাই যায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd