• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! এটা মৃত মুৰ্গীৰ বাবেই প্ৰাণ গ’ল তিনি যুৱকৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 20, 2024 7:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা মৃত মুৰ্গীয়েই যেন কাল হ’ল তিনিজন যুৱকৰ বাবে। এটা মৃত মুৰ্গীৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’লে তিনিজন যুৱকে।

কাছাৰ জিলাৰ লক্ষীপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

Apply Now

প্ৰাপ্ত খবৰ অনুসৰি এটা দ কুঁৱাৰ পৰা এটা মৃত মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে তিনিজনকৈ যুৱকে।

মৃত যুৱক কেইজন হৈছে মনজিৎ দেৱ, প্ৰসেনজিৎ দেৱ আৰু অমিত সেন। জানিব পৰা মতে মনজিৎ দেৱ আৰু প্ৰসেনজিৎ দেৱ দুয়ো ককাই-ভাই।

জানিব পৰা মতে, যুৱককেইজনৰ ঘৰৰ সমীপৰে এটা গভীৰ কুঁৱাত এটা মুৰ্গী পৰি যোৱাৰ ফলত পৰা কুঁৱাটোৰ পৰা ওলাইছিল দুৰ্গন্ধ। যাৰ বাবে মৃত মুৰ্গীটো তাৰ পৰা উলিয়াই আনি কুঁৱাটো চাফা কৰাৰ উদ্দেশ্যেৰে কুঁৱাটোলৈ নামি গৈছিল প্ৰসেনজিৎ দেৱ নামৰ যুৱকজন। কিন্তু কুঁৱাটোত প্ৰৱেশ কৰাৰ পিছতে অচেতন হৈ কুঁৱাটোৰ ভিতৰতে আৱদ্ধ হৈ পৰে যুৱকজন।

তাৰপিছতেই কুঁৱাত আৱদ্ধ প্ৰসেনজিতক উদ্ধাৰৰ বাবে কুঁৱাটোত প্ৰৱেশ কৰে তেওঁৰ ভাত মনজিতে। কিন্তু প্ৰসেনজিতৰ দৰেই মনজিতো কুঁৱাত প্ৰৱেশ কৰিয়েই অজ্ঞান হৈ পৰে।

ইয়াৰ পিছতেই মনজিৎ আৰু প্ৰসেনজিতক উদ্ধাৰ কৰিবলৈ কুঁৱাত প্ৰৱেশ কৰে তেওঁলোকৰ পিতৃ সত্যলাল দেৱ আৰু অমিত সেন নামৰ এজন স্থানীয় যুৱক। পিছে পুত্ৰদ্বয়ৰ দৰে পিতৃ সত্যলাল আৰু অমিত সেনো আৱদ্ধ হৈ পৰে কুঁৱাটোত।

কিন্তু স্থানীয় লোকৰ সহযোগত সত্যলালক উদ্ধাৰ কৰা হয় যদিও প্ৰসেনজিত আৰু মনজিতৰ দৰে কুঁৱাটোৰ ভিতৰতে মৃত্যুক সাৱতি লয় উদ্ধাৰৰ বাবে যোৱা অমিত সেন নামৰ যুৱকজন।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় SDRF বাহিনী আৰু আৰক্ষীৰ দল। তাৰপিছত SDRFৰ জোৱানে মুখত অক্সিজেন মাস্ক লগাই তিনিওজন মৃত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।

জানিব পৰা মতে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱককেইজনৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে। ইফালে তিনিজনকৈ চফল ডেকাৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে মৃতকৰ পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলটোৰ বাসিন্দা।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd